পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়ৰু সমাজৰৰ ইতিবৃত্ত। মেচপাৰা জমিদাৰ বংশে ভাগবতী ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে বগুৱান, নলনা, নাৰায়ণপুৰ আৰু বৈকুণ্ঠপুৰ আদি সত্ৰ স্থাপিত হয়। বগুৱান সত্ৰ যজ্ঞনাৰায়ণ অধিকাৰীৰ বংশধৰসবলে চলায়। নানা সত্ৰাধিকাৰ নিৰ্বংশ হোৱাত তাৰ ভূমি বৃত্তি পাচ হৈ গৈছে; শিষ্যবিলাক যজ্ঞনাৰাযণ অধিকাৰীৰ পুত্ৰসকলে চলায়। খাতাবাৰী চৌধুৰী বংশৰ ও আন আম শাখাৰ পূৰ্বপুৰুষ। লোহাবৰ ভূঞা (কমতালৈ অহা মূল ভূঞা) ২। (১) ৰামেশ্বৰ ভূr 1 ৩ দিবাকৰ ভূঞা (২) কামেশ্বৰ ভূঞা নি: সন্তান ৪। কুমাৰ ভূঞা (কুমাৰঘোষ) ৫| বানেগৰ বা থানুবৰ ভূঞা | মম্মথ দুৰ্গা ৭ (১) নাম বিস্তৃত ৭ (২) নাম বিস্তৃত 1 ৮। ইন্দ্ৰজিত ভূঞা (ৰজাকৰ চৌধুৰী) L ৮ ঘূৰায় ভূঞা তেৰেচিয়া 1 ২৷ ভগবান ভূঞা চৌঃ ১ নাম অঞ্জাত বানেকুচি শাখা ৯| হবিবল্লভ নাম অজ্ঞত তেৰেচিয়া ১০ (১) ভৰদেৱ ভূঞা (২) নৰোত্তম (মালিকুচি পূৰ্ণ পণ্ডিতৰ উপৰি পুৰুষ)