পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতি।

এক পৰমা সত্য চৈতন্য যুবাৰি। দেহৰলে হোৱে প্ৰী পুৰুষ সাজ। অবিস্তাৰ দোবে তা দেখে নানা কৰি॥১৩২ জীৱৰ নাহিকে স্ত্ৰী পুৰুষ নিবন্ধ। যেন নিত্ৰা দোষে স্বপ্ন অনেক দেখায়। এহিমতে বেদে সমস্তকে নিবাৰয়। মা ছৈলে আত্মা মাত্ৰ কিছু সত্য নয়। একে ব্ৰহ্ম মাত্ৰ সত্য যপ হয়। কৰ্মে জলি ফুৰে জীৱে ইযোনি সিযোনি। কৈ কোন পিতাপুত্ৰ চোৱা মনে গুণি॥ যেন বগি বাৰে বাৰে পূৰ্য্য হোয়ে দৰিশন। পৃথিবীত হোৱে দেহ পৃথিবীতে লয়। বৰূপৰ বাৰে ৰূপ দেয় তেমন। পৃথিবী জানা পৰমাণুত হোৱয়। পৰমাণু যিটো তাকে মানসে কয়। শিৰোৰত্বে বোলে মুক্তি বিচাৰে কিস। মায়া অবিদ্যা মাত্ৰ প্ৰকাশ কয়। সদায় কীৰ্তন মাত্ৰ কৰোক নামক॥১৪৪ অবিদ্যা ৰচিত ইটে। চৈধ্যয় ভূবন। নাম ভৈল বৎস কৃষ্ণ মূৰ্তি ধেনু প্ৰায়। যগণ অংসে জড়ভৰত বচন। নামগ্ৰাহী ভক্ত লাগ নেৰ সদায়। দেহতেসে হোৱে জানা দেহ উতপন। প্ৰতিযুক্ত হয় নাম যিজনে লয়। জীৱৰ নাহিকে জানা জনম মৰ॥ তাহাৰ ভকতি সুখ হইবে অভ্যুদয়। তৈল মল শলা বছি যাৱত সংযোগ। মুজিব দেব দেবী গৃহে নপশিব। তাৰে দীপ সম দেহ দুঃখ কৰে ভোগ। মূৰ্তিকে নাচাইব প্ৰসাদকে মুভুজিব। মান্ত মানী দেহে শিহা তেল কৰ্মফলে। চাৰি বেদ শিৰোৰ বচন আছয়। জীৱ ভৈলা অগ্নি দীপ সংসাৰেই বোলে। আত কোন খানি আছে আজ্ঞা ভঙ্গ হয়। বাদশ স্কন্ধত শুকে ৰাজাৰ আগত। এহিমানে কহিলন্ত শাস্ত্ৰ সাৰ তত্ব। সমালা-দ্বীজ গোপীনাথ। প্ৰভুৰ প্ৰয়াণৰ পাচত শ্ৰীমাধৱপুৰুষে প্ৰভুৰ পত্নী, পুত্ৰ আৰু নাতিসকলক ডাঙৰ কৰে আৰু পুত্ৰ নাতিসকলক শিক্ষা দীক্ষ। দি উপযুক্ত কৰে। প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ প্ৰচাৰিত ধৰ্ম মাধৱপুৰুষে সত্ৰ-সভা স্থাপন কৰি নিয়ম প্ৰণালী লগাই লোক সমাজত প্ৰচাৰ কৰে। এই কাৰণে নাঘোত লিখিছে :- শঙ্কৰ বৰূপে হৰি সমস্তে জগত জুৰি ভকতি প্ৰদীপ লগাই থৈল॥ মাধৱ বৰূপে হৰি তাতে তৈল বৰ্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৈলা। এই কাৰণে পৰবৰ্তীকালৰ ভক্তসকলে মাধৱদেৱক মহাপুৰুষ বুলিবলৈ ধৰে। আৰু “শঙ্কৰ-মাধৱ প্ৰাণ ৰাৱ ৰাম কৃষ্ণ হৰি” বুলি হিয়াৰ ভক্তি প্ৰকাশ কৰে। মাধৱ পুৰুষে বহুত গ্ৰন্থ ৰচনা কৰে; তাৰ ভিতৰত এই কেইখন প্ৰধান-নামঘোষা, ভক্তিৰত্নাৱলী' মাৱদেৱ পুৰুৰ ১৫৪৮ খৃষ্টাব্দত জন্মিছিল ১৫৯৬ খৃষ্টাব্দত আৰু কোচবিহাৰৰ মধুপুৰ থানত বৈকুণ্ঠগামী হয়।