কাস ম ইতি। - - বেচি হোৱাত মাসে আয়কাদেৱক প্ৰভূ ওচৰলৈ লৈ আহে। ইয়াতত এ প্ৰশৰ লগত বহুত তৰ বিতৰ্ক হয। শেষত মাধৱদেৱ পুৰুষ তত হাৰি প্ৰভুৰ ওচৰত নাম ধৰ্ম গ্ৰহণ কৰে আৰু সংসা নকৰিবলৈ স্থিৰ কৰে। তেতিয়াৰপৰা মাধৱ পুৰুষ প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ শৰীৰৰ ছায়াৰ দৰে হৈ শিষে গুৰুক কেনে ভাৱে ভক্তি কৰিব লাগে লোক তাৰ আহি দেখুৱাব ধৰিলে। হাতীৰ গড় ৰক্ষা কৰা কালৈ যেতিয়া শাহোমৰাজে প্ৰমাধৱক ধৰি “নিয়ে সেই সময়ত এওঁৰ ভক্তিভাৱ দেখি বৌদ্ধধৰ্মাৱলী আহোম ৰাজেও মাধৱক এৰি দিবলৈ বাধ্য হয়। এওঁ একান্ত ভক্ত আছিল। মাধৱৰ ঐকান্তিকতা দেখি সকলো (*** আচৰিত হৈছিল। মাধৱদেৱ প্ৰভুৰ লগত ভটীয়াই যাই পাটবাউলীত বাস কৰে। প্ৰভু বৈষ্ণু প্ৰমাণ কত সুন্দৰীদিয়াত কিছু দিন থাকে; পাচত গণককুচি আৰু কুমাৰকুচিত থাকে। প্ৰতুৰ পাচত মাধৱদেৱৰ ওপৰতেই ধৰ্ম ৰাজ্যৰ তাৰ পৰে। (দুই মহাপুৰুষৰ তৰ্ক-বিতৰ্কৰ এক অংশ তলত দিয়া হল।) মাধৱদেৱে প্ৰশ্ন কৰিছে। “ইটো চাৰি বেদ মাধৱৰ আজ্ঞাবাশ্ম , বেদে যাক বোলে সিটো তিনিগুণময়। সিটো আজ্ঞভঙ্গ তুমি কৰা কিবা জানি॥ ধৰ্ম অৰ্থ কাম তিনি বৰ্গ নিৰুপয়। আগম নিগম যত পুৰাণ ভাৰত। যত কাম্য কৰ্ম দেব দেবী চৰাচৰ। দেবী পূজিবে হেন সবাৰৰ সন্মত। ভূত (প্ৰত যক্ষ ৰক্ষ পশু পক্ষী নন। জগত জননী দেবী পৰম। ঈশ্বৰী। স্বৰ্গ নক প{1 পুণ্য ভেদ ভয় যত। ব্ৰহ্মা ৰুদ্ৰ দেৰে থাকে যাৰ আজ্ঞা কৰি। প্ৰবৃত্তি নিবৃত্তি সুক্ষ্ম দুখ নানামত। হেনয় দেবীৰ পূজা আছয় পূৰ্বতে। জনম মৰণ শোক মোহ ধন জন। তুমি নিষেধিল তাক কোন শাস্ত্ৰমতে। পি পুত্ৰ ভাৰ্য্যা মিত্ৰ যত বন্ধুণণ। প্ৰভু শ্ৰীমন্ত শঙ্কৰ দেৱৰ উত্তৰ: ধনী দুঃখী তপস্বীক আদি যত যত। শুনিয়ো মাধৱ তুমি বুঝা শাস্ত্ৰক। সবাকো কহিয়া আছে টীকাতে বেদত। আজ্ঞাকৰ্তা এৰি পূজা আজ্ঞা পালকক। তাতে মোহ হয়। জীবে নানা কৰ্ম কৰে। দুৰ্গা ব্ৰহ্মা ৰুদ্ৰ চন্দ্ৰ সূৰ্য্য বায়ু বহি। তাৰ ফলে নানা দেহ ধৰি অমি মৰে॥১২১ ইসবে থাকয় সদা যাৰ আজ্ঞা বহি। নজানিয়া লোকে মায়া মমাহে হয়। অন্ধ। হেন দেৰ এৰি আন দেৱ সেৱা কৰে। সুখৰ নিমিত্তে ফুৰে কৰিয়া প্ৰবন্ধ। যেন সিন্ধু তৰিতে খানৰ লা ধৰে। নপাৱয় সুখ দুঃখ পাৱে বহুতৰ। দেৱতা সব বাক্য কৰ আগত। যেন বিষমুক্তা মধু নোহে হিতকৰ। যষ্ঠ স্কন্ধ ভাগৱতে হয়াছে বেকত।১২৭ ত্ৰিকাণ্ড কথা কৈলা অনুপে। আৰ যি বুলি ঈশ্বৰ আজ বেদ। পৰাক্ৰমে কহে তাকে নককে বলে। বেদ চাৰি বিধ তাৰ লোৱা পৰিচ্ছেদ। যেন শিশু তিতা ঔষধক নাখায়”। বেদ বেদান্ত আৰে উপনিষদ নাম। শৰ্কৰাৰ লোভ দিয়া মাতৃ পুৱাৱয়। শিৰোম নামে চাৰি বিধ অনুপাম। পাছত বেদান্তে ৰোলে সবে মায়াময়। যত দেব দেবী ধৰ্ম কম কিছু নয়।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩২৭
অৱয়ব