পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত 9 কৃতোদকাস্তে সুহৃদাং সৰ্বেষাং পাননা। বিদুৰে। ধৃতৰাষ্ট্ৰশ্চ সাশ্চ ভৰতষিঃ॥ তত্ৰ তে সুমহাত্মানো বসন্ পাও নন্দন। শৌচং নিবতযিষ্যন্তে মাসমালং বহিঃপৰাৎ। শান্তি পৰ্ব ১-১০১ ওপৰৰ বচনবোৰ দেখিলে ক্ষত্ৰিযৰ মৃতাশৌচ ১৫ দিন, উপবতী ক্ষত্ৰিযৰ :২ দিন আৰু পাণ্ডবসকলৰ (ক্ষএিযৰ) এক মাস দেখা যায়। ইষাৰদ্বাৰা ক্ষত্ৰিযৰ অশৌচৰ বলি একে। ঠিক কৰিব পাৰা নাযায়। উডিষ্য। প্ৰদেশ ও শব সংস্কাৰ প্ৰথাভেদে অশোচৰ তাৰতম্য আছে। যিবিলাক হিন্দযে শব দাহ কৰে ওলে'বে একাদশ দিনত প্ৰেকাৰ্য্য কৰে আৰু যিবিলাক শ পোতে, তেওঁবিলাকে মাত্ৰ এমাহ অশৌচ পালন বৰে। কোৱা বাহুল্য এই প্ৰদেশৰ হিৰ ভিতৰত অতি অল পাপৰ কম সংখ্যক লোকেহে মৰা পেতে। আমাৰ ইয়াৰ নমঃশূদ্ৰসকলে ১৩ দিন মাত্ৰ মৃশৌচ পালন কৰে। ইয়াৰপ্ৰা অনুমান হ্য সমাজৰ সুবিধা অনুসৰি অশৌচ পালনৰ ব্যৱস্থা হৈছিল। সমাজৰ শীৰ্ষ স্থানীয় ব্ৰাহ্মণ বহুত কামত নিযুক্ত ইব লাগিছিল; বাহু স্বৰূপ ৰাজ্যৰক্ষক ক্ষত্ৰিযসকলও ৰাজ্যৰ কাৰণে নানা কাম ও নিযুক্ত পাকিবলগীয়া (২াৱাত তেওঁলোকৰ অশৌচ কাল দই আৰু পোন্ধৰ দিন কৰিছে বুলি অনুমান হয; নহলে এওঁলোক বহু দিন অশৌচত আৱদ্ধ হৈ থাকিলে ৰাজকাৰ্য্যত বহুত গতিৰ সম্ভৱনা আছিল। শিক্ষা ও উন্নত-অনুন্নত জাতি অনুসৰি লোকৰ পৰিমণ কম বচ হোৱা বা আ ক অৱস্থা ভাল বেয়া অনুসৰি শ্ৰাদ্ধাদি ক্ৰিয়া সম্পন্ন কৰাৰ সুবিধা হবলৈ অশৌচৰ কালনিৰ্ণষ হোৱা কথা বিশ্বাস কৰিব নাৱাৰি। জাতি হিচাবে পোৰ ইতৰ বিশেষ হোৱা কথাৰ কোনো যুক্তি নাই। গতিকে বৰ্তমান কামৰূপীয় বযস্থসকলে এমাহ অশৌচ পালন কৰিলেও তেওঁলোব ক্ষতি হলে, অশৌচ পালনৰ বাবে ক্ষত্ৰিয-পদৰ প। পিছলি পৰিব নোৱাৰে।

৪ৰ্থ অধ্যায়। কায়স্থ ক্ষত্ৰিয়। হিন্দকাক আয। ঋষি-মুনিম চাৰি শ্ৰেণত ৩াগ কৰিছে বগণ, গতি, বৈ আৰু শদ। কাস্থ এই চাৰি শ্ৰেণীৰ কোন শ্ৰেণীত পৰে তাকে লৈ মাজে সমযে আমাৰ মনত প্ৰশ্ন উঠে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাই। যিসকল কাষস্থ আছে, তাৰ সৰহ ভাগেই নিজক গলি বুলি পৰিচয় দিযে; বৰ্তমানে বঙ্গদেশৰ কাষস্থসকলেও ক্ষষি বৃলি কিছুমানে নতুনকৈ উপবীত গ্ৰহণ কৰিছে। কাষস্থ আচলতে ক্ষত্ৰিয়ৰ ভিতৰত পৰে নে নপৰে এইটোৱেই এটা ডাঙৰ সমস্যা। উত্তৰ ভাৰতৰ হিন্দু ৰজাসকলৰ দিনত “কাষস্থ" শব্দটো বৰ্মবাচবৰূপেও ব্যৱহাৰ কৰা পোৱা যাষ; যেনে ‘পৰ্মকাসস্থ’, ‘ভট্ট মহাব।যস্থ’, ‘মুৰি জাকাস। আমাৰ কামৰূপতে ইংৰাজ আমোলৰ আগত যি