সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। ২০৫ চাৰিফালে তৰি হটি মহা ভক্তগণ। চাৰিও প্ৰসঙ্গ কৰে নামৰ কীৰ্তন ওহি মন কামনা কমে। উপসা। ওহি গীত গাৱত দীন লক্ষ্মীকান্ত কেশৱৰায়ৰ পুত্ৰ কল্যাণ শলগুৰিত (কালুগাওঁ-শিৱসাগৰ আৰু শুভানু দৰঙৰ জামুগুৰিৰ ওচৰত চেউনি বৰদোৱাত সত্ৰ কৰি থাকে। সুদৰ্শন আতা চলাৰ পাচত লক্ষ্মীকান্ত আতাৰ পুত্ৰ ৰামচৰণ বৰদোৱাৰ অধিকাৰ হয়। এই সময়ত ৰামচৰণ আতাৰ লগত নৰোৱা আত। ৰামদেৱৰ কাজিয়া। এই কাজিয়া আহোম ৰজা কমলেশ্বৰ সিংহদেৱে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দ্বাৰা নিম্পতি কৰাই দিছিল। ইয়াৰ নিম্পতি। মপত্ৰ ১২৯ পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। ৰাচৰণ আতাৰ পাচত হৰিচৰণ আৰু গোপাল চৰণ জোনুক্ৰমে বৰদোৱাৰ ছোটহিছাৰ সত্ৰাধিকাৰ হয়। হৰিচৰণ আতাৰ পুত্ৰ শশধৰদেৱে থকা ঠাই আইভেটিতে এখন নতুনকৈ সত্ৰ পাতে। এই সন্ত্ৰ পবতী কালত আইভেটি নস নামে ওনাজাত হয়। আহোম ৰজা চন্দ্ৰকান্ত সিংহ দেৱক শশধৰ আতাই শৰ কৰাইছিল বুলি বংশাৱলীত পোৱা যায়। এওঁ ৰজাৰ পৰা বাৰ কুৰি পূৰা ভূমি লাভ কৰিছিল। ইয়াৰ উপৰি আইভেটিত লক্ষ্মীকান্ত আতাই গৌৰীনাথ সিংহ বজাৰ পৰা প্ৰায় চৈধ্য শ বিঘা নিস্কৰ ভূমি

  • ইছিল। আইভেটিৰ নিস্কৰ ভূমি বৰ্তমানে নিস্পিখেৰাজত পৰিণত হৈছে আৰু তাক শশধৰ অৰ

বংশৰ সত্ৰাধিকাৰ আতাই সত্ৰৰ নামত ভোগ কৰে। ইয়াৰ উপৰি চন্দ্ৰকান্ত সিংহ জাদেৱে শশধৰ যা ৩াক কামৰূপতে। কিন্তু তুমি দিছিল। এই ভূমিৰ কাকতৰ •কল তলত দিয়া হল- - le চন্দ্ৰকান্ত সিংহ নৃপেন্দ্ৰতদুৰ্গ শ্ৰীশ্ৰীশ্ৰীমাজিঞজনা আতাৰ পুত্ৰ শ্ৰীসসদ্ধৰ শ্ৰীশ্ৰীচন্দ্ৰকান্ত সিংহ সন্তীচন্দ্ৰাদিদিৱিসদ্বন্দিতপাদপদ্ম শ্ৰীগোবিন্দপদদ্বাৰবিন্দবিপন্মাপ্লিব স্বাদানন্দিতমনোশৈলমযবত। কুলা- কমলবিকাসপ্ৰচণ্ডমাৰ্তণ্ড শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণদেৱ শ্ৰচন্দ্ৰকান্তসিংহ নৱেম্বৰনদত্তা ধৰ্ম্মোন্ত প্ৰমাণ পত্ৰিকেয়ং এতদ্বিবৰণং কামৰূপদেষৰ বড়ুৱা ও কায়স্থ ও চৌধাৰী ও পাটোৱাৰি ও তালুকদাৰ ও ঠাকুৰীয়া ও গেইৰহে সাৱধানে সুনিবি খাতাপৰগনাৰ খানা তালুকৰ নমাটি ডোবোলাভিঠা এই দুই গ্ৰামৰ মাটিৰ হ পূবে গভুৰ বাট পশ্চিমে মহবান্ধা পুখুৰী দক্ষিণে কেন্দুগুৰি উত্তৰে সিঙ্গৰ নৈ এই চতুৰ হদৰ ভিতৰত ইকৰ ডোবাৰ ভেটেখোআ মাটি ২৪০ বাড়েকুৰি পুড়া vৰ পুণ্যাৰ্থে সলগুড়িআৰ দেৱৰ ধৰ্ম্মত এ কৰি দিয়া গল দেৱৰ পুত্ৰপৌত্ৰাদিক্ৰমে দেৱক আসিৰ্ব্বাদ কৰি পৰম সুখে ভৈগ্য কৰি কিব ইহা মাটিৰ পদ পঞ্চক বেঠ বেগাৰ চেৰ চিনলা ধুমুচি মাচো জলকৰ হাট ঘাট চৌক এই দান খুত সৰ্ব বাব পৰিত্যাগ হৈল- ইতি সন ১৭৪৪ শকৰ তাৰিখ ১৫ বৈসাগ। শশধৰ আতাৰ পাচত তেওঁৰ পুত্ৰ মহীকান্ত আতা, তেওঁৰ পাচত শ্ৰীযুত বসেখৰ দেৱ আতা আৰু শ্ৰীযুত আনন্দদেৰ পুত্ৰানুক্ৰমে আইভেটি নসত্ৰৰ অধিকাৰ হৈ বৰ্তমান সময়লৈ সত্ৰ চলাই আছে।