পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সুমাইতি। আৰু ৰাম গঞ্জ বংশ, কৃতি ব্যৱল, ৰাইক ভাই ৰাসুদেৰ, বিদ্যাৰ চব, বিজ্ঞাণ গন্তী বিদ্যানিধি। নাৰ কাষৰ বংশ অনন্তম পাঠক , ভতিজা গোপীনাথ ১, মেঘনাৰায়ণ কাঃ ১, বি ১, নৰহৰি কাঃ ২, বিকাভা, ভাতিজাক ২, সৰ্বেশ্বৰ কাঃ ১, বানেশ্বৰ কাঃ কামে ২, দেব কাঃ জয়নাৰায়ণ কাঃ মমঘা কলিতা, চিৰঞ্জীৰ, কুষণ কঃ ২, টনিয়া কুমাৰ ১, কাহাহৈ নাৰায়ণ নট ২, বিজয় কোছ ১, দয়াময় সকাছ ১, উতৰ কৈবৰ্ত ১, মথা কৈবৰ্ত ১, ৰামানন্দ যাইমনি ২, ৰামপানি কমাৰ ৩, জীষ্টৰাম কৰাৰ ১, মান কাটনী ১, হৈনাৰায়ণ কাটনী ১, ফলীয়া কাটনী ১, পয়োনিধি কাঃ ১, গজাৰাম কাটনী ১, লেছছ কাটনী ১, অনু কাটনী ১, মপতি মেধি ১, কেতে বললাম ১, নিৰ্ভয় ১, ৰামপানী ১, জয়ধন ৰামপাল ২, জয়দাহ মাহ ২, সুন্দৰ চমাৰ ১, শ্ৰীৰাম চঃ ১, ফকিৰা চঃ ১, পয়াই চঃ ১, ভাঙ্গুতুৰ ১, এই সকল সমন্বিতে এই ভূমক ভোগ কৰি মহাজনে পুত্ৰ পৌত্ৰাদিক্ৰমে শ্ৰবন কীৰ্তন কৰি ধৰ্ম প্ৰবৰ্তাই ক আশীৰ্বাদ কৰি থাকিব। ইহাৰ কৰ কাটল পদ পঞ্চক বেঠ বেগাৰ জলকৰ জৰক্ষাৰ চোৰ চিনলা ধুমনি মাৰেচা চকি হাট ফাট দান খুঁত ৰাজদণ্ড ব্যতিৰেকে সবাব পৰিত্যাগ হৈল, ইহাতে কোলে অন্যথা নকৰিব। শক ১৬৯৪। এতৎ নিৰ্বন্ধ ৰক্ষনামেসৌহপো ভাবি ভূপাল যাবত ভূপা অবন্তি পৰূিপালনায়ে ময়াকুতে ধৰ্ম নিৰ্বন্ধ। এষঃ ধৰ্ম্মোহিলোকে ক্ষুধদিকহেতুঃ সৰক্ষিতত ৰক্ষতি ৰক্ষিত [তামৰ ফলিখন পঢ়াত ঠায়ে ঠায়ে আমাৰ ভুল হব পাৰে।] শলৰীয়া গোয়। আমি আগতে অনন্তৰাম আতাৰ কথা কেইব। ঠাইতে উল্লেখ কৰি আহিছে। অনন্তৰাম দেৱ চন্দ্ৰ ধৰ সিংহ ৰজাৰ লগত সাক্ষাত হোৱাৰ পাচত “কত দিনে যাই দিবৰু সোমাই লৰুৱামুখ (লাউমুৰী) পাইলা” আৰু তাৰ পাচত বুঢ়ীদিহিং নদী কোষত শপগুৰি নামে ঠাই সত্ৰ পাতে। এই শলগুৰি বৰ্তমানে উজাৰ। সেই সময়ত বৰ্তমান লুইত সুতিয়েই আচল ব্ৰহ্মপুত্ৰ, আৰু ডিব্ৰু, বুঢ়ীদিহিং আৰু দিবা ব্ৰহ্মপুত্ৰৰ এটা সুতীতহে পৰিছিল। এই সুতীৰ পশ্চিম ছোৱাক (অৰ্থাৎ বুঢ়ীদিহিং পৰাৰ পৰা দিচাং পৰা ঠাইলৈ সেই ছোৱাক কোৱামৰা সুৰ্তী বুলিছিল আৰু ওপৰ ছোৱাক ডিব্ৰু বুলিছিল। অনন্ত আতা এই কোৱামৰা ও ডিব্ৰুয়েদি উজাই গেৰুৱামুখ পায়, তাৰ পাচত সেই সুতীৰ কাষত উত্তৰ পাৰে গোবি পু নামে আৰু এখন সত্ৰ পাতে। ইয়াৰ পাচত অনন্তু আতা নগাঁৱলৈ যায় আৰু ৰূপহী অঞ্চলৰ গেৰুৱাত এখন সত্ৰ পাতে। নগাৱৰপৰা অনন্তু আতা পুনৰ শিৱসাগৰ আহি নামদাঙৰ কাষত কোৰাম নামে সত্ৰ পাতে। ইয়াকো সুচল বোধ নকৰাত দিৰাঙৰ কাষলৈ সৱ নিয়েএই সত্ৰৰ নামো কোৱামৰা ৰাখে। এই সময়লৈ আতাৰ বিবাহ হোৱা নাছিল। কামৰূপৰ হদি চকি সেই সময়ত চায় ৱৰ কায় নামৰ কায়স্থ এজনৰ হাতত আছিল। তেওঁৰ দেৱহতী নামে এটা কন্যা আছিল। টঙচু ফুকনৰ যত অনন্তৰাম আতাই এই কন্যাটা বিবাহ কৰায়। ইয়াৰ পাচত আতাই “কালশিলা নামে ঘৰে আছে কন্যাৰ নামত জামন্ত্ৰী সৰ্বণে সবম্বিতা” ৰিয়া কৰায়।