পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ২৩

ৰামচন্দ্ৰ আতা ৪৪ বছৰ বয়সত ২৬৮৩ শকত বৈকুণ্ঠগামী হয। তেওঁৰ ৮ পুত্ৰ; ১ম পুত্ৰ বামদেৱ নাৰাত অধিকাৰ হয়। এই জনা আতাই আহোম ৰাজ লক্ষ্ম সিংহৰ দ্বাৰা পাটবাউসী সত্ৰৰ ভূমিৰ দলি কৰাই লয়। ৰামদেৱ বৰদোৱাক যায় আৰু বৰদোৱা হ'ৰু বালি সত্ৰৰ মাজত ৰামপুৰ নামে এখন সত্ৰ কৰি থাকে। এই সময়ত এই জনা আতাই বালিসত্ৰ, ৰামপুৰ আৰু বৰদোৱাৰ ভূমিৰ এখন ফলি কৰাই লয়। ৰামদেৱৰ পিতামহ ৰমাকান্ত আ যদিও নৰোৱাত আছিল তথাপি বৰদোৱাৰ খা খবৰ লৈ আছিল;.. ৰামদেৱে ৰামপুৰত সত্ৰ পাতি বৰদোৱাৰ ফালে বিশেষ ভাৱে দৃষ্টি কৰিবলৈ ধৰে। এই সময় অনন্ত আতাৰ বংশধৰে বৰদোৱাৰ ফালে মন কৰে; ইয়াৰ ফলত দুই বংশৰ ভিতৰত কাজিৰা হয়। এই সম্বন্ধে পাচত কোৱা হব। ৰামদেৱ আত্ৰ দুই পুত্ৰ ভদ্ৰদেৱ আৰু বিষ্ণুদেৱ। ভদ্ৰদেৱ বৰদোৱাৰ বৰহিছাৰ আৰু বিষ্ণুদেৱ কুসত্ৰৰ (আগেয়ে বৈষ্ণৱপুৰ বুলিছিল) অধিকাৰ হয়। ভদ্ৰদেৱৰ পুত্ৰ লক্ষ্মীদেৰ; এওঁ ভদ্ৰদেৱৰ পাচত অধিকাৰ হয়। লক্ষ্মীদেৱৰ ছয় পুত্ৰ। ১ম পুত্ৰ দামদেৱ আতা অলপ দিন থাকিয়েই স্বগ। হোৱাত তেৰাৰ পু? হৰেন্দ্ৰনাৰায়ণ দেৱ বৰহিছাৰ অধিকাৰ হয়। এই সময়ত ২ পুত্ৰ ৰামদেৱে অধিকাৰী পদৰ বাবে দাবী কৰে; তাৰ ফলত নৰোৱাৰ বংশত আত্মকলহ উপস্থিত হয়। এই মোকদ্দমা প্ৰায় চাৰি বছৰ চলিছিল— হৰেন্দ্ৰনাৰায়ণ আতাই বৰদোৱ। ত্যাগ কৰি ধৰমতুল ষ্টেচনৰ ওৰত তেলাহিত সব পতি

        • খুৰাক বামদেৱ অধিকাৰ হয়। হৰেন্দ্ৰ আতাই কিছুদি পচত লোহি এৰি বৰদোৱাৰ ওচৰত

শিখানিত সত্ৰ পাতি থাকে; তেতিয়াৰপৰা ই এখন নতুন স হয। বামদেৱৰ তি• পুল ভোগীৰপ, 'চু চন্দ্ৰ আৰু ভূমিকা। ভোগীৰথ অতা বৰদোৱৰ বৰহিছাৰ অধিকাৰ হয, এ দ্বিতীয় পুত্ৰ অচ্যুত চন দেৱ প্ৰাচীন নৰোৱা থানত গৈ থাকে। ইয়াত এখন বাসুদেৱ মৃতি স্থা: হৈছিল; সেই কাৰণে ই 'ক সকলোৱে নৰোৱা বুলি বাসুদেৱ থান বুলিবলৈ ধৰে। অচুদেৱৰ বংশধৰকল বৰ্তমানে বাসুদেৱ থ •তে আছে। ভোগীৰথদেৱৰ পাচত তেৰাৰ পুত্ৰ বংশীধৰ দেৱ বৰহি ৰ অধিকাৰ হয়। ৰা উদাৰ, Fম লু আৰু শান্ত প্ৰকৃতিৰ পুৰুষ। এৰাৰ পাচত পুত্ৰ শ্ৰীযুত পূৰ্ণচন্দ্ৰ দেৱ অধিকাৰ হয়। তত বৰহিছাৰ ভূ সম্পত্তি লাভ কৰা ফলিৰ নকল দিয়া হল। এই সম্পত্তি বৰ্তমানে বৰছি'ৰ অধিকাৰে ভোগ কৰে। পাটবাউসীৰ তামৰ ফলিৰ নকল ঃ- হস্তি শ্ৰীপাদানুজ ভজন ভৰৰ ভৃঙ্গ ৰঙ্গিয় যে গোত্ৰে বৃত্ৰশ • মজঃ• ৰনী নায়ক শ্বেতকীৰ্তি চষ্টাদৰ্য ধৈৰ্যাদিন বিবিধ গুণ গ্ৰাম বিশ্ৰামধাম শ্ৰীলক্ষ্মীসিংহ নৃপ বিপুল নিজ নই-চন্দ্ৰ মাৰ্তাণ্ডকাণ্ড। ৮ি নৃপকুল সামন্ত শ্ৰেণী বিশ্বান্ত সন্তমনি সমজন শ্ৰস্থোৰ পদাৰবিন্দঃ। অভাশ্চ তনুৰ পাত কন্দৰ্পদৰ্প স্ব গ ন চ ঘটল্প কল্প: বৃকস্য কক্সঃ॥ এত্যা বিবৰণং কামৰূপ দে না ও বায়স্থ ও চৌধাৰী ও পাটোৱাৰী ও 'লুকদাৰ ও ঠাকুৰীয়া ও গয়ৰহ সকলোৱে সাৱধানে জানিবা। বাউসী পৰগনাৰ শ্ৰীশঙ্কৰদেৱৰ স্বনিৰ পবাউসী সত্ৰৰ অধিকাৰ নৰোৱাৰ শ্ৰীৰামদেৱ মহাজনকে পুণ্যাৰ্থে ধৰ্মোত্তৰীয় ভূমি এই ভক্তসমে তামৰ ফলি কৰি দিলে। স্থানব ভেটি পূবে ধলাজাৰ পূবপাৰ, দক্ষিণে ধনুখলা যিলৰ দক্ষিণপাৰ, পশ্চিমে কাগতাৰজান, উত্তৰে ৰঙ্গিবাৰ জান। এই চাৰি হদৰ ভিতৰত ভিটামাটি ৪০ পুৰা, জমি পক। ৬ পূৰা। নৰোৱাক বৰহিছা আৰু শলগুৰিক ঘোটহিছা বলে।