পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১শ অধ্যায়। বৰ্তমান যুগ। ১। শাসনৰ পৰিৱৰ্তনৰ লগে লগে কায়স্থৰ অৱস্থাৰ পৰিৱৰ্তন। ইংৰাজ শাসনৰ আৰম্ভৰপৰা বৰ্তমান সময়লৈকে এই প্ৰায় এশ বছৰকে বৰ্তমান যুগ নাম দিয়া হল। এই যুগৰ আৰম্ভত অসমৰ অনেক পৰিৱৰ্তন ঘটে—আগৰ শাসন ব্যৱস্থাৰ সালসলনি হয়, অগৰ শিক্ষাৰ হ'ত নতুন পোহ পৰে—আগৰ পোচাক পৰিচ্ছদ পৰিবৰ্তিত হয়, আগৰ ভাষা তল পৰি বঙালী ভয। খা দিয়ে। পুৰণি আচাৰ-ব্যৱহাৰত নতুন ৰহণ পৰিবলৈ ধৰে। এই সময় ই দেশ সম্পূৰ্ণ এক নতুন ভ্যতাৰ পোহৰ পৰা বুলি ধৰিব পাৰি। বৃটিছে শাসন ভাৰ লৈ পূৰ্বৰ আহোম ৰাজাৰ ব্যৱস্থাতে ৮/১০ বছৰ ৰাখি বঙ্গদেশৰ মতে আমাৰ

  • শাসনৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰে। এই সুযোগতে বঙ্গদেশৰপৰা কিছুমান কৰ্মচাৰ আনি কি
    • ৰ স্কুলৰ বঙালী শিকোৱা স্কুল শিক্ষক পৰ্যন্ত আমদানি বলৈ ধৰে। ইয়াৰ ফলতে দেশীয় অনেক

মি। দেশৰ কৰ্মৰপৰা বঞ্চিত হব লগাত পৰে। কোচ আৰু আহোম ৰাজত্বত বিষয়। নিযুক্ত কৰোতে গ) ৩াৰ উপৰিও বংশ গৌৰৱলৈ দৃষ্টি কৰিছিল; কোনো বিষযা-বংশপৰা বিষয় এৰুৱালে, সেই বিষয়া 'ৰ জৰিকাৰ নিমিত্তে “মানমাটি” নামৰ নিৰ ভূমি দিহে সেই বিষয়টো আনি অন্যক দিছিল; বৃটিচ এ মেলত দেশৰ আৰ্থিক অবস্থালৈ বিশেন দৃষ্টি কৰাত আৰু যোগ্যতাৰ ওপৰত বেচি নিৰ্ভৰ কৰাত পুৰ কিছুমান বিষযা এৰা পৰে। এই সূত্ৰে এই সমযও কিছুমান কাস্থ বিষযা কৰ্মচ্যুত হয়। বহু ত বিষই কেচি আৰু আহোম ৰাজদত্ত ভূমিৰ ওপৰতে বিশেণকৈ জাৱিক। নিৰ্বাহ কৰিছিল। ছমান বিষয়াই ৰাজদত্ত ভূমি তকৈও সৰহ ভূমি এনেই ভোগ কৰাৰ প্ৰমাণ পোৱা যায়। বৃটিছ আমোলত ' নিস্কৰ ভূমি পুঙ্খানুপুঙ্খণপে বিচৰ হোৱাত বহুত ভূমি বাজেয়াপ্ত হয়, আৰু যিবিলাকে ৰাজদত্ত •ৰ ফলি বা পেৰাকীক ৩ দেখৱাব নো বসিলে সেইবিলাকৰ ভোগ কৰা সমস্ত ভূমি বাজেয়াপ্ত হৈ । য; এই কাৰণেও কিছুনান ভগ। কাস্থ বিষযা আৰু বিষয়ক যিস্থ ভূৰি ৰা বঞ্চিত হয়। ৰাজদত্ত কত দেখুৱাই বহল ৰাখা ভূমিতে বৃটিচৰ দিনত অধ খ জানা লগোৱা হয়। কিছুমানে এই খাজান। • মতে শোধাব নোৱাৰাৰ ফলতো ভূমি হস্তান্তৰ হৈ যায়। কোচ আৰু আহোম ৰাজত্বত বেটী-বন্দী ৰাখাৰ এথি। আছিল। এই লোকসকলেই বিষয়াৰ খেতি- গতি কৰা গৰু-ম'হ ৰখাৰ কাম কৰিছিল। বিষযই এই লোকৰ ওপৰত নিৰ্ভৰ কৰি ৰাজকাৰ্য্য কৰিছিল

  • 14 ধৰ্মচৰ্চা কৰিছিল। বৃটিছ আমোলত এই বন্দ-বেটা খালাচ দিয়া হয়। হঠাৎ এইদৰে বেটী-বন্দী

'নাচ দিয়াত বিষয়াসকলৰ সংসাৰ বিশৃঙ্খল হৈ পৰে। এই সময়ত কিছুমানে মাত্ৰ নিজক ৰক্ষা কৰিব নিলে কিন্তু কিছুমান বানপানীত ভাহি যোৱাৰদৰে হয়। বেটা-বন্দী লাচ দিয়াৰ পাচতো কিছুমান যস্থক দৰিদ্ৰতাই স্পৰ্শ কৰে। ভগা কায়স্থ বিষয়াসকলৰ ভিতৰত ক্ৰমে আত্ম-কলহে দেখা দিয়ে; ভাঙা যোৱা কিছুমানে বিষয় থকা আত্মীয় স্বজনৰ বিপক্ষতাচাৰণ কৰিবলৈ ধৰে। ইয়াৰ উপৰি ভাঙা যোৱা বিষয়াসকলৰ নিজৰ আত্মীয়