কায়স্থ সমাজৰ ইতিবৃত্ত
সভা বা ভাওনা কৰা হয়। সভাত ৰাগ-বাগিণী গান-গীত গাব লাগে, নানা বিধ খোলৰ বাজনা বাজাব লাগে। প্ৰথমে ভক্তশ্ৰেণীত ভুক্ত হবলৈ আহ লোকসকলৰ বেচি ভাগেই নিৰক্ষৰ থাকে। সত্ৰৰ বাহাত নিৰক্ষৰ ভক্তসকলৰ লিখা-পঢ়াৰ ব্যৱস্থাও থাকে। ভক্তসকলৰ ভিতৰত যিসকল জ্ঞানী সেইসকলে অন্যান্য লাৰ ভক্তক শাস্ত্ৰৰ তত্ববোৰ ব্যাখ্যা কৰি দিযে—আশঙ্কা হলে গুৰুৱে ভঞ্জন বৰে। কিছুমান সহ 2ধু বিজ্ঞ পণ্ডিত ৰাখি সংস্কৃত চৰ্চাৰ ব্যৱস্থাও কৰে। সত্ৰৰ সকলো ভক্ত নিত্য-প্ৰসঙ্গত যোণ দিবলৈ বাধ্য থাকে। কীতনঘৰৰ কামবোৰ ভক্তসকলে ভাগ কৰি কৰিব লাগে। যিসকল দায় কীৰ্তনঘৰতে আৱদ্ধ থাকিব লগা হয় সেইসকলে সৰাধিকাৰৰ পৰা খোৱা খৰচ পায; বাকীবিলাকে পৰিশ্ৰম কৰি খাব লাগে। সত্ৰৰ ভক্ত দুই শ্ৰেণীৰ—উদাসীন আৰু গৃহস্থী বা আশ্ৰমী। শ্ৰীশ্ৰীমাধৱদেৱে প্ৰথমতে ব্ৰহ্মচাৰী হৈ খুষ। তাৰ পাচত শ্ৰীশ্ৰীব-শীগোপালদেৱ আৰু পদ্ম বা বদল। আতা ব্ৰহ্মচাৰী হয। প্ৰাচীন কামৰপূত এইদৰে ব্ৰহ্মচাৰী বা উদাসীন সত্ৰৰ সৃষ্টি হয়। বৰ্তমানে মধুপুৰ, বৰপেটা আউনীআটি, কমলাবাৰী- মৰ অৰু দক্ষিণপাট এই কেইখনেই প্ৰধান উদাসীন সত্ৰ। উদাসীন ব। কেৱলী (একান্ত ভক্ত) সত্ৰৰ গুৰুজন উদাস, সত্ৰত হাটি পাতি থবা ভক্তসকলে উদাস; কিন্তু এইসকলে ৱে গাৱে ফুৰি আশ্ৰমীৰ শৰণ ভজন দিযে। আমী সত্ৰবোৰৰ গুৰু সংসাৰী কিন্তু কিছুমান সত্ৰৰ সেৱা-পূজা চলাবলৈ উদাস ভক্ত থাকে। বৰ্তমানে বটদ্ৰৱা আৰু সুন্দৰাদিয়া থানত এনে উদাস ভক্তৰ সংখ্যা অধিক। প্ৰাচীন কামৰূৰ সত্ৰবোৰত সাধাৰণ তত্ত্ব প্ৰচলিত আছিল বৰ্তমানে বৰপেটা, সদৰীদি, কমলাবাৰীসত্ৰৰ বাহিৰে আন আন সত্ৰবোৰত এই ভাব পাতলা যেন লাগে। কিন্তু প্ৰায় লা সত্ৰৰ গোৰ্সই-ভকত সত্ৰৰ ভিতৰত স্বাধীন ভাৱে পাকি ঈশ্বৰ-ভজনা কৰে—আৰু বেচি ভাগ ১৭’ত সকলো শিষ্যে গুৰুৰ লগত বহি নাম-কীতন কৰে। আডনিআটি, দক্ষিণপাট আৰু গড়মূৰ সত্ৰত হাম ৰাজঘৰীয়া কিছু আদব কাযদা এবেশ কৰা যেন লাণে। নদীযা শান্তিপুৰৰ সাধক ভট্টাচাৰ্য্য পণ্ডিত আহি ৰাজগুৰু হৈ উঠাত অৰু লগে লগে অৱস্থাপন্ন ১ শ্ৰেণীৰ ৰাজ-কৰ্মচাৰী বৰুৱা, ফুকন আদিযেও ৰাজাৰ আহি লোৱাত প্ৰাচীন কামৰূপৰ গোৰ্সই- শ কিছুকাল দোধৰমোৰত পৰিছিল। সম্ভৱতঃ এই কাৰণে নিজক ৰক্ষা কৰিবলৈ কিছুমান ব্ৰাহ্মণ
- চাৰ্যে “আমিও বৈষ্ণৱীমতে শক্তিমন্ত্ৰ দিব পাৰে।” বুলি আগ বাঢ়িছিল। এই আচাৰ্যসকলৰ সামাজিক
(৩পত্তিৰ বাসনাৰ ফলতেই কামৰূপীয় ভাগৱতীধৰ্মত কিছু ভাজ সোমায় বুলি অনুমান হয়। বৰপেটাৰ অধিকাৰ সংসাৰী। .