পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। লামোদৰগুৰুৰ আজ্ঞাপৰ প্ৰধান আচাৰ্য— “শুনা সন্তদেৱ তুমি দক্ষিণক যোৱা। তৈতে লোক ভজাই নাম-ধৰ্ম প্ৰবৰ্তোৱা। x X X গৰৈমাৰি থানে গৈযা সত্ৰ পাতিল। লোক ভজাই তেঁহে তৈতে ৰহিলন্ত॥ ৩৮ দামোদৰদেৱে ভগৱানক মাতি। বুলিল উত্তৰে তুমি যোক চলি। X X X নিমিষতে ভগবানে সত্ৰ পাতিলস্ত। লোকক ভজাই ধৰ্ম পালি থাকিল। ৪০০ X X হেন শুনি মনে হৰে শৰণ লৈলন্ত। দামোদৰে ভক্তিপন্থে থাপি থৈলন্ত। ভগবা সমে তান সঙ্গ বান্ধি দিলা। ভজাযোক লোক বুলি আদেশ কৰিলা। ৪১২ X X X দামোদৰ দ্বিজ নাৰায়ণক পঞ্চিলা। সত্ৰ পাতি লোক ভজাই ৰঙ্গে ৰহিলা। খুদিৰ দ্বিজবৰ পৰম শোভন। তেহে দামোদৰ পাৰে লৈল শৰণ॥ ০১৮ X > x দামোদৰে নাম ভট্টদেংব যে দিল॥ গোপালমি যে তান নাম খ্যাত ভৈল। ৪১৯ শ্ৰীদামোদৰদেব চৰিত-নীলকণ্ঠ। মনোহৰদেৱ ফুলগুৰি-বিঙ নীৰ ফায়স্থ-ভৃণা বেঙ্কটগিৰীৰ বংশধৰ; এওঁক শ্ৰীশ্ৰীদামোদৰ প্ৰভুৱে তেওঁৰ প্ৰিয় শিষ্য দ্বিজ ভগবানদেবৰ লগত সঙ্গী কৰি দিছিল। বোধহয় এই কাৰণে দুযোজনকে এজন হিচাবে ধৰি পৰৱৰ্তীকালৰ সাধুসকলে ঐশ্ৰীদামোদৰগুৰুৰ অজ্ঞাপন প্ৰধান আচাৰ্য কেৱল চাৰিজন ধৰে :- ১। (ক) ভগবানদেৱ (গোবিন্দপুৰ। ১। (৭) মনোহৰদেৱ (কমলাথান-শিংৰা)। ২। ভট্টদেৱ অপ নাম গোপালমিশ্ৰ(পাটবাউসী, ব্যাসকুচি)। ৩ বলদেৱ (বেহাৰ-বৈকুণ্ঠপুৰ)। ৪। সন্তদেৱ (গৰৈমাৰি-দক্ষিণপাৰ)। মাধৱদেৱৰ আজ্ঞাপৰ আচাৰ্য প্ৰধান ১২ জন (১) ৰামচৰা ঠাকুৰ (সুন্দৰীদিয়া)। (২) মথুৰা দাস বা বুঢ়া আতা (বৰপেটা)। (৩) বৰবিষ্ণু আ'। (চমৰীয)। (৪) কেশৱচৰণ আতা বা ভাটোকুচি আতা (বৰজহা)। (৫) পঢ়িয়া আতৈ বা পঢ়িয়াপাৰৰ