পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

be কায়স্থ সমাজৰ ইতিবৃত্ত।

সকলো কায়স্থ চৌধাৰী এই শ্ৰেণীৰ। কিন্তু পৰৱৰ্তী কালত মৌজাদাৰসকলেও " এই কাৰণে কোচ আৰু আহোম-আমোলৰ চৌধাৰী বিচাৰি উলিওৱা অলপ স্কিল হৈ উঠিছে। বষয় প্ৰাচীন কামৰূপৰ কোনো কাস্থে নতুনকৈ মৌজাদাৰ হৈ চৌধাৰী লখা নাই। আহোমৰু কোচ আমোলত যিসকল কাষস্থ চৌধাৰী আছিল—সেই বংশত হোৱা মৌজাদাৰসকলেহে চৌধাৰী লিখে-নতুনকৈ মৌজাদাৰ হোৱা কায়স্থে নিজৰ উপাধিকে লিখে; কিন্তু বহুত প্ৰাচীন কাষস্থ-চৌধাৰী বংশধৰে “চৌধাৰী” নিলিখি “দত্ত” বুলিযেই পৰিচয় দিয়ে। চেঙা, গণককুচি, পকোৱা, বৰপেটা, মাখিবাহা, মহকুচি, মদাৰতোলা, দীঘেলী, খাতাবাৰী, ঘিলাঝাৰি আদি বহুত বংশত এনে চৌধাৰী হৈছিল। ১০। বক্সী—কোচৰাজাৰ প্ৰতিনিধি হৈ যি ৰাজাৰ সকলো ধৰ্ম-সম্বন্ধীয় কাম কৰে। বৰ্তমানে কোচবিহাৰত এই প্ৰাচীন কামৰূপীয কাষস্থ বকসী আছে। শ্ৰদ্ধাস্পদ—শ্ৰীযুক্ত শৰৎকুমাৰ দেৱ বী বৰ্তমান কোচবিহাৰ মহাৰাজাৰ বী। ১১। পাটোৱাৰী—আজি কালিৰ মণ্ডলৰ বমি, শ** > নাও আদায় কৰিছিল। এওঁলোকে চৌধাৰীৰ তলত কাম কৰিছিল। বাৰৰ ভিতৰত পাটোৱাৰী বত। ১২। বুজৰ বৰুৱা- কেইবাখন পানাৰ বাহ আপন'ী বিনা। বুজৰ বৰুৱাৰ অধীনত কেইবাজনো কাৰ তী, মজুমদ ৰ?? যা আদিৰ কমচা। আলি। গৌডৰ জ্যেষ্ঠকাষৰ দেবানী, লেজিলাৰী বিচা ক্ষা • অ ৰু • মিও ৰঙ্গ। তাৰ এওঁৰ ওপৰত আছিল। কামৰূপত কাস্থ ৮১ পৃষ্ঠাৰ? নো, - সেই উদ্দেশ্যেপ্ৰত্যেক ডিলাক মইল বিভক্ত কৰিলে আৰু ১৮ ৩৫ চনলৈ মইলবোৰ বছৰি বন্দোৱস্ত ববি ধৰিলে। খাজনা চৌধাৰা, (মজাদাৰ আৰু বাৰ • হওয়াই সাদাম বৰাইছিল। চৌধাৰা আৰু মৌজাদাৰৰ লগত নিদিষ্ট বেই বহু বলিব নিমিত্তে মেজ। বন্দোৱস্ত কৰিবলৈ প্ৰস্তাৱ হৈছিল আৰু চৌধাৰ'যো গুৰুৰ গ। •ৰ গা • লোৱাৰ ব'লে তৎকালিক নিৰ্দিষ্ট খাজানান ওপৰত পেতিৰ বুদ্ধিৰ (বমান দৰিআবাদৰপৰ।) অতিৰিক্ত খাজান চৌধাৰীক ভোগ কৰিব দিছিল। চনত চৌধীৰ ল৩ বছৰেকীযা বন্দোবস্ত পুনৰ [pন হল। ১৮৬৫ চনত বিশেষ সুবিধাজনক বন্দে বস্ত কৰিবলৈ প্ৰস্ত হৈছিল। বিভিনিউ বেডত চোৰৰ গত দীঘ যা বনে বিস্ত কৰি এদল ভূম্যধিবাৰী সৃষ্টি কৰিবলৈ প্ৰস্তা হৈছিল। লড বৰ্ণেল হকিচন ৰাষতানি বন্দোবস্ত কৰি বেতনভো ী কৰ্মচাৰীৰ হতুবাই খ জানা আদায বৰাৰ eি ‘দছিল। শেষত বেঙ্গল গৱৰ্ণমেট আৰু ভাৰত গবৰ্ণমেণ্টৰ আলো- চনাত আৰু কৰ্ণেল হবনচনৰ পস্তা এবে সিদ্ধান্ত হল, নে প্ৰত্যেক জিলা মৌজা বা চাৰ্কেলহ বিভক্ত হব। এক মে জাদাৰৰ ইনক'ৰ কিছুমান মণ্ডন থাকিব। প্ৰত্যক মণ্ডলে ২০০ ঘৰতকৈ বেচি ঘৰৰ জিম্মত থাকিব। কচিৰ বাহিৰে মৌজাদাৰৰ আন কোনো স্বত্ব নাথাকিব আৰু খেতি বিস্তাৰৰ বাবে দৰিআবাদ। যি খাজনা বৃদ্ধি হব "ক চৰকাৰে পাব। ১৮৭০ চনত এই নিয়ম প্ৰচলন হল। মণ্ডল-সৃষ্টিৰ আগেযে আন ঠাইৰ দৰে পাটোৱাৰী উপাধি আছিল।

  • ১৮৩৪ খৃঃ অব্দৰপৰা চৌধাৰীৰ উক্ত ক্ষমতা গুচাই কেবল খাজনা আদায কৰিবলৈহে দিয়ে।

। এই সময়ত এই বিষয় খোপা চৌপাশৰ পদটোৰ নাম মৌজাদাৰ হয়। ১৮ ৬-৫১ চনত ১৮৫৪ -