পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। শব্দটে। গৌড়ৰ বিখ্যাত পাল ৰাজবংশৰপৰা চলা। (গৌড় ইতিহাস-নীকান্ত (বাৰভূঞা—আনন্দ ৰায়চৌৰ ৬ ভড়াল কায়স্থভাণ্ডাৰ কাষ) কোচৰাজাৰ কোষাধ্যক্ষ; এওঁৰ ৰাজঘৰত আছিল ৰাজা ৰঘুদেৱ আৰু পৰীক্ষিত নাৰায়ণৰ অধীনত গণককুচিৰ বৰকাকতী, বালি ভডাল কায়স্থ বংশ আদি এনে ভাণ্ডাৰ-কাস্থ। ৭। গোমস্তা বা গোমথা—কোচৰাজাৰ প্ৰাদেশিক শাসনকত॥ ক্ষেত্ৰীয়াৰ ঘৰ অৰ্থাৎ তাপা-বাকৰি- কুচি-কালদিৰ ঘৰ, বালিকৰি, শুকাইকুচি, পখুৰা, তেৰেচি আদিতে এনে গোমস্তা হৈছিল। আহোম ৰাজত্বত গোমস্তা শব্দে কাকতীকে বুজোৱা যেন লাগে। ৮৷ বৰুৱা-ফুকনৰ তলতে “বৰুৱাৰ সন্মান; এওঁলোক আহোমৰাজাৰ এটা এটা বিভাগৰ কত। (মন্ত্ৰী) আছিল। (History by Gait). কামৰূৰ বৰুৱাই সীমান্ত ৰক্ষাত সহায় আৰু যুদ্ধৰ সময়ত সহাষ বৰিছিল। এওঁলোকক একোখন পৰগনা শাসন কৰিবলৈ আৰু জীৱিকাৰ নিমিত্তে ভূমি দিছিল; যেনে- কেলকুচি, পূৰ্বপাৰ আদি বৰুৱা। বাচৰাজাৰ দেৱানেও “বৰুবা” উপাধি পাইছিল। কামৰূপত বুজৰ বৰুৱাকো সাধাৰণতে “বৰুৱা” বুলিছিল। ৯৷ চৌধাৰীৰাজস্ব আদায়বাৰী বিষয়া। এওঁৰ হাতত সৌজদা, দেৱানীৰ বিচাৰ বিভাগ আৰু পুলিচৰ ক্ষমতা আছিল। (কামৰূপ পুৰাবৃত্ত।) । ১৮২৬ চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৫ খন জিলাৰহ্মৰ ৰিপৰা ইষ্ট ইণ্ডিয়া কোম্পানীমে পায। কোম্পানীযে ৫ ৰাজ্য ৰাখিব নে নাৰাখে এই বিযে পোনতে সিদ্ধান্ত হোৱা নাছিল। ১৮৩০ চনত শিবসাগৰ আৰু

  • পুৰ জিলা দুখন পোলটিবেল এজেটৰ তত্বাৱধানত আৰু ইষ্ট ইণ্ডিয়া কোম্প নীৰ প্ৰচলিত আইন
  • 18 | বিচাৰ-কাৰ্য্য চলো বন্দোৱস্ত ৩, জ। পু*দৰসিংহক দিযে। কেৱল কামৰূপ, নগ'ওঁ আৰু

দই কোম্পানীৰ তলত থ কে। কোম্পানীক সমযমতে খাজানা শোধাব নোৱাৰাত ১৮ ৩৮ চনত শিবসাগৰ • ৭, লক্ষীমপুৰ পুৰৰসিংহৰপৰা লোৱা হয় আৰু দুখন বেলেগ জিনা কৰা হয়। দশীয় ৰাজাৰ দিনত জমি ৰাজাৰ সম্পওি আছিল। লোকসষ্টি খেলত বিভক্ত আছিল আৰু একোটা হাজাৰৰপৰা ৫০০০ হাজাৰলৈ মানুহ আছিল। খেলবিলাক গোটত বিভক্ত আৰু একোটা (*; ৩ বা ৪টা পাইক বা বাযত আছিল। বছৰৰ ভি ৩৩ কিছুদিন পাইকে ৰাজা বা ৰাজাঘৰীয়া বি• এ খাটি দিব লাগিছিল আৰু তাৰ বাবে পাইকে ২ পূৰাকৈ নিৰ ৰূপিত মাটি পাইছিল। ঘৰ শুৰ বাবে প্ৰত্যেক ৰাষতে একো ডোখৰ জমি পাইছিল আৰু তাৰ বাবে বছৰি এটকাকৈ দিব লাগিছিল। ২ পূৰাৰ অতিৰিক্ত জমি ভোগ কৰিলে প্ৰত্যেক পাইকে অতিৰিক্ত জমিৰ প: এটকাকৈ খাজনা দিব লাগিছিল। মনি অসমৰ জিলা কেইখন লোৱাৰ কেইবছৰমান পাচলৈ আগৰ দেশীয় ৰাজাৰ শাসন-প্ৰণালী আছিল কিন্তু খাটনি কৰাৰ পৰিৱতে প্ৰত্যেক পাইকৰ ওপৰত ভোগ কৰা বস্তি-বাৰী আৰু টকাকৈ খাজানা বহুৱাইছিল। পাচত ১৮৩২ চনত যেতিয়া অসম উপত্যকা বিভাগ ৰাখিবলৈ কোম্পানীয়ে সিদ্ধান্ত কৰিলে তেতিয়া ভূমিকৰ লগাবলৈ স্থিৰ কৰিলে। থে ১০ ০ ০ . মাটিৰ ৩, 7 ১১