সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৯ ) হিৰণ্যকশিপু এই বাৰ ভাগৰিল। এই অদ্ভুত লৰা- টোক কেনেকৈ ভাতৃবধা হৰিৰ নাম লবলৈ এৰুৱাৰ বা বধ কৰিব তাৰ উপাৰ নাপাই আচৰিত হৈ ৰজাই সুধিলে, “প্ৰহ্লাদ সঁচা কথা ক, কোনে তোক ৰক্ষা কৰি কৰে। " তেতিয়াও বজাব বিশ্বাস হোবা নাই যে কবিয়ে মানুহক বিপদৰ পৰা এনেকৈ ৰক্ষা কৰি ফুৰে। 2 হলদে কলে, “দেউতা, মোৰ ভৰিয়েই মোক ৰক্ষা কৰি ফুৰে। হবি বৰ দয়ালু। বেমাৰৰ পৰা ৰক্ষা পৰিবলৈ ভৰিব কৃপাৰ সমান ডাঙ্গৰ ওষধ নাই, শত্ৰুৰ হাতৰ পৰা সাৰিবলৈ এনে অস্ত্ৰ নাই, দুখশোকৰ জুই নুমাবলৈ এনে পানী নাই। তুমিও এবাৰ কোবা, হৰি বোল। তোমাৰ যি দুঃখ আছে সকলে৷ নাইকিয়া হব।” হিৰণ্যকশিপুৰ খ‍ উঠিল। কিন্তু সি ভাবিলে হৰিৰ কথা সকলো ইয়াৰ পৰা জাি লোবাহে ভাল হব। তাৰ মনৰ খঙ মনতে মান নিয়াই তেতিয়া সি সুধিলে, “বাৰু ক, তোৰ হৰি কিমান ডাঙৰ আৰু [89]