এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
-প্রহ্লাদ- ইফালে হিরণ্যকশিপুরে কবিলে কি : ৰজাৰ সাজপাৰ সোলাকাই থৈ মন্দৰপৰ্ব্বত ব্ৰহ্মাৰ তপ কৰিবলৈ গ'ল । সি তপ কৰিবলৈ আকৌ গৈছিল ব্ৰহ্মাক খাটি লুটি অমৰ হৈ লবলৈ কিয়নো অমৰ হব নোৱাৰিলে সি হৰিক বলে নোৱাৰে। কাৰণ হৰি অমৰ - মন্দৰপৰ্বতত তপ কৰি হিৰণ্যকশিপু বহি আছে। তাৰ তপৰ বল দেখি দেবতা সকলে বিস্ময় মানিলে। হাৰ গাৰ কেউকালে উত্তৰ হাফলু তাক মেৰিয়াই ফোঁটা সাপ বোৰে ফেঁট ত্বলি আছে, কেউফালে বাঘভালুকে জৰি কৰিছে: কিন্তু সি কেবাতিকৈয়ে চোবা নাই। তার মন মাঁথো ব্রহ্মাত। “ব্রহ্মাক চিন্তিয়া আছে মনত । বহি গৈল দিব্য বৰিষ শত ঢাকিলে তন্তু উঁই মাটি তুলি । শৰাবৰ মাংস খাইলে সমুলি ॥ গাজিল তাক চাকি বেব ঝাৰ । তথাপি কটাক্ষ নাতিকে তাৰ ৷ শিবত বহ্ণি বঝাই তপোময় । তার তাপে ভৈল জগতে ভয় । [ ১২ ]