পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অতীত আন্ধাৰত আসাম আকাশত যিসকল তাৰা ফুটিছিল হেম সৰস্বতী সেইসকলৰ ভিতৰত পুৱতী ভোটা৷ এওঁৱেই শঙ্কৰ-সূৰ্য্যৰ পাছতে আলে৷ পাৱা | আগমন ঘোষণা কৰিছিল। নাৰায়ণদেৱ, দুৰ্গাবৰ, হইছিল। কিন্তু তাৰ পাছত শঙ্কৰ সূৰ্য্যৰ আলে৷ হে দিগ-দিগন্ত ব্যাপিছিল। | মাধৱকন্দলি আদি গ্ৰহৰ উজ্জ্বল কমতা মণ্ডল পাতনি। 23 907 69 কবি হেম সৰস্বতীৰ লগত দুৰ্লভ নাৰায়ণ ৰাজাৰ বিশেষ সম্বন্ধ। | দুৰ্লভ নাৰায়ণ ৰাজাৰ দেশ আৰু কাল নিৰ্ণীত হলে কবিৰো হব। | প্ৰহলাদ চৰিত্ৰত কবি এই দৰে আত্ম-পৰিচয় দিছে :- নৃপবৰ অনুপাম৷ তাহান ৰাজ্যত তাহান তনয় দেৱযানী কন্যা নাম। ধ্ৰুৱৰ অনুজ ভাই। পদবন্ধে তেহে৷ দুৰ্লভ নাৰায়ণ ৰূদ্ৰ সৰস্বতী বামন পুৰাণ চাই॥ হেম সৰস্বতী প্ৰচাৰ কৰিল৷