সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 2 ) য়েহি বুলি নাৰায়নে সভা বিসৰ্জিলা। আপুনাৰ থানে দেৱগন চলি গৈলা॥ হিৰনৈৰ পুত্ৰ ভৈলা বৈষ্ণৱ প্ৰহ্লাদ। এক দিনা পিতাপুত্ৰে লাগিল৷ বিবাদ॥ সেহি দিনা প্ৰভুদেৱ জগতৰ পতি। আদেষিলা বিবাদ লগাইলা সৰাশ্বতি॥ স্বামিৰ বচনে দোঁৱ কৰি সিৰোগত। প্ৰবেসিলা সৰাস্বতি তাহাৰ কণ্ঠত॥ সেহি বেলা প্ৰহ্লাদে বৈষ্ণৱ ৰূপ ধৰি। হিৰ্যৰ আগে গৈয়া সুমৰিলা হৰি॥ হেন সুনি হিৰন্যৰ ক্ৰোধ ভৈলা মন। দুৰাচাৰ পুত্ৰ তই কিনো - অগিআন॥ কোঠেৰ হৰিক সুমৰাষ দুৰাচাৰ আমাৰ বঙশত তই ভৈলি কুলাঙ্কাৰ॥ পুনুৰুপি প্ৰহ্লাদে সুমৰে-হবি হবি। ৰাজা বোলে পুত্ৰ নৈত্য পঢ়ে সিশুঙ্গ ধৰি॥ নিকাবনে মন্দ বাক্য উপজে মনত।. পাৰ্গত ভৈলেষে জানিবাহা মৰ্ম্মতত॥ হেন মনে গুনিয়া নৃপতি হিব্যক্য।. দৈত্যগুৰু শুক্ৰক বুলিলা হেন বাক্য॥ ঝাটে লৈয়া জাহা গুৰু থৈইবে হুজুয়াই। মোৰ পুত্ৰ প্ৰহ্লাদক দিওঁক পঢ়াই॥ ৰাজাৰ বচনে যুক্ৰ চালিলন্ত গাৱ। প্ৰহ্লাদক লৈয়া গৈলা আপুনাৰ ঠাৱ॥

  • শিশু?