সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰহ্লাদ-চৰিত্ৰ। শ্ৰীকৃষ্ণয়ে নমোঃ। পদ। জয় নমো নাৰায়ন বৈকুণ্ঠৰ পতি। তোমাৰ চৰনে লৈলে৷ সৰন সম্প্ৰতি॥ বামন পুৰনি ইতো প্ৰহ্লাদ চৰিত্ৰ। হেম সৰস্বতি বিৰচিলা ইতো কৃত্য॥ এক দিনা দেৱগনে চিন্তিলা উপাই॥ কেন মতে দুৰাচাৰ দৈত্য বধা জাই॥ সৱে দেৱ চলি গৈলা বিষ্ণোৰ সভাক। আদসিয়ে। প্ৰভুদেৱ ৰাষিওঁ আমাক॥ হিন্য* দৈত্যৰ পাষে খাটে সবে দেৱ। তুমি বিনে ৰৈক্ষাকৰ্ত্ত৷ আন নাহি কেয়॥ সুনি নাৰায়নে দিলা দেৱক উপাই। থাকিয়ো নিৰ্ভয় দৈত্য বধিবোহো মই॥

  • হিৰণ্য?