পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লেখকৰ অন্যান্য ৰচনা- ১। দেৱধ্বনি- প্ৰায় ৯০টা গহীন ভাৱৰ গীত সংগ্ৰহ কৰি এই পুথি খন ছপাবলৈ দিয়া হৈছে,-অলপতে ওলাব। মূল্য-কেচা বন্ধ॥ - = পকা no ২। মন্দাকিনী- প্ৰায় ১২০টা আদিৰসৰ গীত আৰু বিহু গীতৰ চৰ গীত সংগ্ৰহ কৰি ছপাবলৈ দিহা কৰা হৈছে। মূল্য—কেচা বন্ধা ৭০ পকা ১) ১) তিনিওখন গীতৰ পুথি একে লগে ললে সিকি ভাগ মূল্য কমাই দিয়া হব। ইয়াৰ বাদে লেখকৰ কবিতাবিলাকো প্ৰকাশ কৰিবলৈ যুগুত কৰা হৈছে।