এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট
বৰ্ণানুক্ৰমে গীতৰ সূচী—
| পৃষ্ঠা | |||
| ১৷ | অন্তৰতে আসন পাৰি থৈছোঁ | ... | ৪৯ |
| ২৷ | অসমা নিৰুপমা জননী | ... | ৮৩ |
| ৩৷ | আই তোৰ মন্দিৰ দুৱাৰত | ... | ৭৮ |
| ৪৷ | আকাশতে মাৰে উকি | ... | ৯ |
| ৫৷ | আগত আজি তব অতিথি অভিনৱ | ... | ৯১ |
| ৬৷ | আগ বাঢ়ি ভাই বলা সৱে | ... | ২৭ |
| ৭৷ | আজিও বাজেনে সেইটি সুৰ | ... | ৪২ |
| ৮৷ | আপোন কৰ্ত্তব্য ধৰি | ... | ৬৮ |
| ৯৷ | আমাৰ হাঁহি ধেমালি | ... | ২১ |
| ১০৷ | আমি উঠন ডেকা | ... | ৫৫ |
| ১১৷ | আসন দিছো তোমাক প্ৰভু | ... | ৫০ |
| ১২৷ | আহ পাখি আহ | ... | ১০ |
| ১৩৷ | আহি পালে ৰঙৰ সখি | ... | ২ |
| ১৪৷ | উজলি উদয় গিৰি | ... | ৪৬ |
| ১৫৷ | ওপৰে মেঘাম্বৰ | ... | ৩৩ |
| ১৬৷ | ওলাই আহা লগৰী | ... | ৩০ |
| ১৭৷ | ঋণ তই কাহানি কৰিবি শোধ | ... | ৮৪ |
| ১৮৷ | কপিলী আই ভৰিলি | ... | ২৭ |
| ১৯৷ | কৰ পৰা যে মাতটি দিছা | ... | ৪৪ |
| ২০৷ | কাৰ পূজালৈ খপিছিলিহি | ... | ৩৪ |