পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

llo. অৱশেষত যি সকল ছাত্ৰ বন্ধু আৰু কুমলীয়া গায়কে লিখকৰ ৰচনাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুৱাই নানা উপলক্ষে এই গীতবিলাক গাই ৰাইজৰ মাজত প্ৰচাৰ কৰি আছে তেওঁলোকৰ শলাগ ললল। এতিয়া গীতবিলাক এই পুথিত গোট খুৱাই দিয়াৰ পৰা যদি সেই গায়ক-বৰ্গৰ আৰু কিবা সুবিধা হয় তেন্তে মোৰ এই উদ্দেশ্য সফল হব। ইতি ১লা ভাদ, } ৰাইজৰ বিচাৰাধীন শ্ৰীউমেশ চৌধাৰী ১৮৬১ শক