পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অগম-বুখী কিছু কৰিব নোৱাৰি ধামৰ পৰা অহৰ্কি লোহিতৰ নিকট বালি চাপি শহিল গৈ। সেই সময়তে বাৰটা চিপাই, কে গোহাঞি সমে তাৰ কিছু সৈঙ্গ লগত লৈ ঘোড়াত উঠি আহোমৰ বেহ ভাঙ্গি বাজ দুই পলাই গল; সাজিতে দুখান নাৱেৰে ফৌদৰ এড়াই গল। আহামেও পাছে বঙ্গাল ভঙ্গালে; তাক তিনি তপিয়া খাগৰিৰ গঢ় দি ৰাখিলে। পাছে দেৱতালৈ জনাই পালে। পাছে মহাজা সুনি ততকাল খেদা পঠালে; বোলে বঙালক মাকাটিব; কেয়া উমিৰ বোৰে মোক জুজিবলৈ আহিছে চাগৈ বুলি; খেদি আহি চামধৰাত ৰলগৈ। সেই বেলা বঙালৰ তিৰ এজনীয়ে সামান্য বচন বুলিলে। তিনিজন ডাঙ্গৰিয়া বলে তিৰতা জনীয়ে জে নয় বচম বুলিলে, আতে বা কত বনবন লাগে এই বুলি বঙালক কাটিবৰ মন কৰিলে। তাৰ মাজৰ পৰা দান্তে খেৰ লৈ যি আহে তাক নাকাটি পাৰকৈ আনে। সেই বেলা বড় গোহা আখেক গোহাঞিক ৰক্ষা কৰিম বুলি আপোনাৰ ভিতৰ কৰি আনিলে। এক ৰাত্ৰি বেড়াৰ ভিতৰতে আছিল। অন এদিন এক প্ৰহৰৰ উপৰে সবে বঙ্গালক কাটিলে বেটি। বালৰ সবাৰে উপৰি মুৰ চৈয়দ বাবাকৰৰ পড়িল। ভয়ানাছি পভিল। গকুল চান্দ পড়িল। জাহিৰ বেগ পড়িল। মিক্ষা জাখি, জামল খ, দখিনে হাউদ খ এই সব কটা গল। ৰাজা গদেৱ, গন্ধ ৰাই, ৰাজা ৰাই, কাল বাঙ্গা, হড়া প্ৰতাপ সিংহ, ইন্দ্ৰমনি, নৰসিংহ ৰাই, ভগৱান বক্সি এই সমে আঠ ৰাজা দান্তে খেৰ ধৰি বোলে আমি স্বৰ্গদেৱ ৰাজাৰ সনিয়া বন্দি হলো। আমাক কাটিব; পাছে তাসম্বাক কাটিলে; মহাবাকা মানুহ পঠাই গত হিলিয়া ডাকুৰ দি গৰগ্ৰামলৈ আনিলে; আৰু সত্ৰাজিতৰ মহগিৰি নাও ভেটি ধৰি আনিলে; আনন যত বঙ্গাল কাণ্ড বাৰু এড়ি বলি তাকো.নাটি ধৰি আনিলে; আনো বঙ্গাল সমন্তে কটা গল।