পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আৰু পূৰ্বে বুঢ়াৰজা দেয়ৰু লোপগৰিয়া নগয়ে তিনিটি লৰা ভেটিলে। এটি নাম আও, এটিৰ নাম আপম, এটি নাম লাচিত। এটি মৰিল কতদিন থাকি। খো চোখ। মহাখা লাচিতক ডিৰৈত মাটি বাড়িটি পাতিলে। চওড়া বড় পাতিলে। আৰু আওক মি পপ বুলি তুলিছিল। তাৰ নাম দিলে আও গোহাঞি। মোৰ তোলনীয়া পো বুলি উজনি জখলা নিলে, খাৰ চুবলৈ হাতী মাউত, ঘোড় চোৱাক গিয়াতি পাতি দিলে। ঘোড়াৰ বড় পাতি ঘোড়া কোঞৰ নাম দিলে। আৰু বুটা বজাদেৱৰ দিনত এজনাক ৰেঙ্গিণী কুৰি বুলি- তেঞো ৰজাৰ গা জাৰিছিল। তেঞোৰে বেটি চাৰিজনী আছিল। কছাৰিঅনী এজনী কুছুনী এজনী আহোমনী এজনী ধুবুৰী এজনী। কছাৰিঅনীষ লুকুমাই এটি হল। সেই লক বজাদেৱে পপ কৈ তুলিছিল। কতমি থাকি তাক চোৱালী বিয়া কৰাই দিলে। তাৰে লৰা এটা হল। সেই লকে বঙ্গাদেৰ মোৰ নাতি বুলি তুলিছিল। পাচে তাকে বিবাহ কৰালে। তুংখঙ্গীয়া ৰজাদেৱৰ দিনত তাৰে বুঢ়া চেটিয়া নাম দিলে। ধুনীৰ লৰাৰ নাম দিলে পিলিকা ধোবা। তাকে স্বৰ্গদেৱে মাটি বাড়ি দি পাতিলে, আটাই ধোৱাৰে অধিকাৰ কৈ দিলে। কুছুনীৰ লৰাক বোলে ছুটীয়া পইত। এই তিনি ঘৰ বুঢ়া ৰজা দেৱৰ বেঞ্জিনী কুঞৰীৰ বেটীৰ লৰা। আৰু দিহীঙ্গিয়া ৰাদেৱে বানিফা নগাৰ খুৰাৱেৰে সখী সাজি কৰিছিল। খুনবাওৰ নাম কাৰেঙ্গপা। একদিন খুন- বাওৰু ৰাদেৱে চাঙ্গলৈকে মি ভাত খুৱাইছিল, খাদেও খাইছিল; পাচে সুখুৰাখুনৰ জীয়ৰী কৰিয় কুঞৰী এজন ৰজাৰ আল ধৰিছিল। পাচে সেই ৰজাৰ কুৰী, গুনবাৱে ভাত খোৱা চাই আছে। ৰাদেৱে পামীলৈ হাত মেলি আছে। আই কুৰদেৱে আৰু