পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. পূৰ্বে কাচেন বৰগোহাঞি যেতিয়া শদিয়াত ফুটিয়াক মাৰিলে, জুটিয়া শাৰ ভৰাৰী এটাএ পা এখান বা এখান চুৰ কৰিলৈ বড় গোহাঞিৰু দি বৰিল হি। পাচে বড় গোহা তাক আমি, আপোৰ খেলুয়াকৈ খোকোৰাত পাতিলেনি। সেই ছুটিয়াৰ পুতেক লাঙ্গিমুই, লাথিক, এই দুই। তমখম বড় গোহাঞিৰ জীয়েক নাং চং গাভৰুক খোড়া শাখী চেটিয়া। ৰজালৈ দিওঁতে লাঙ্গিমুই ছুটিয়াক যৌতকত দিনে। পাচে বুঢ়া ৰজাদেৱে আপাহ পাই লাক্তিমুইক ভাৰী গো িভী চেটিয়া নাম দিলে। এই ঘৰ বড় গোহাঞিৰ ঘৰ-বন্দী। তাৰ ভায়েক লাঙ্গিখপক বড় গোহাঞিৰ ঘৰত ঘোড়া চোৱা হৈ থাকিল। কুলত এই ঘৰ আৰু ছুটিয়া। বড় পাতৰৰ খেলত লাহবু বুলি বৰাহী এটা আহিল। চাউ কৰ নেওগ হৈ আছিল। সি অপুত্ৰক হুই আছিল। বানাং নগাৰ লৰা এটি কিনি পপ বখাকৈ তুলিলে। পিছে সেই লাহৰু বৰাহী মৰিলত, সেই নগাৰ লৰাকে নি কচু আনৰ বড়া পাতিলে। পাচে মহাৰাজা কাৰ্য কামত ভাল পাই বাঙ্গি ফুকনৰ সলনি বড় ফুকন পাতিলে। এই নিমিত্তে হে নেওগ ফুকন বুলিহিল। ইয়াৰে পুতেক নামনিয়াল বড় ফুকন হৈ ৰজাশশুৰ নাম বলে। বাপেক গড় গাঞত ৰাজমন্ত্ৰী নাওবৈচা ফুকন বুঢ়া ৰা দেৱৰ দিনত আৰু বুঢ়াৰজা দেৱে ডাউকি ডাউচিং ইহতৰ জীয়ৰী আনি ধলা কুঞৰী, কলিয়া কুঞৰী বুলিছিল। দুয়ো জনা কুঞৰী অপুত্ৰক আহিল।' দুয়ো কুঞৰী থাউৰিয়াল নগাৰ লৰা এটি আনি বেখাকৈ তুলিছিল। পাচে দুয়ো কুঞৰী মৰিলত, কুঞৰীৰ ভাত বঢ়াবলৈ সেই ৰাকে দিলে। তাৰে নাম জপ জল। ই নিমিত্তে হে নগাৰ পোৰাতিক ভাত খৰা বোলে। ই থাউৰিয়াল না। নেওগ ফুফন।