পৃষ্ঠা:পাঁচনি.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাঁচনি। কোনে মাৰিলে । চিয়ৰিছা কিয়? কোন ডাকাইত ? কত ডাকাইত ? থিৰ হােৱ।। কঁপিছ৷ কিয় ? কানীষা -(ভয়ত কঁপি কাপ) মােৰ হাতত পাই-পইচা একো নাই ঐ ! (মেৰ তলিৰপৰা উলিয়াই) এই চৰতীয়াটে। হে মােৰ চুৰিয়াৰ খােচানাত আছিল ; কানীৰ টিকিৰা এটা আনিবলৈ বুলি লৈ আহিছিলে ।। তাকে লাগে যদি লোৱ। ঐ। তেওঁ মোক • মাৰিণ্য ! ( ধােৰ কৰি) মই বৰ ৫ ' মানুহ । পাচনি - কানায় ককাই, তোমাৰ ভ্ৰম হৈছে , মই ডকাইত নহওঁ । মই পদূলিমূৰত আহা ভকতলৈ বাটচাই আছেহি । তুমিয়েই যদি আজি ৰাতি পাকি মােৰ ঘৰত ভাত এমুঠি খাই যােব, মই বৰ সন্তোষ পাম। কানীয়া- ( হতযােৰ কৈ) হে দেউতা ঈম্পৰ, মোক এৰি দিয়ক, মই যাও। মােক ঘৰলৈ ধৰি নি নেমাৰিব, মই কাকুতি কৰি চৰণত ধৰি মাতিছে। মােৰ এই চৰতীয়টিকে লওক । মোৰ ঘৰত ৰাতিৰোতা এজোপা আছে, মই মৰিলে সিহঁত অনাথিতি [ চকুৰ পানী টোকে পাঁচনি। যারা, মােরা, তুমি মিছাতে ভয় খাইছা। কানীয়াৰ প্রস্থান।