পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চণ্ডিকাখ্যান। মনুষ্ণ গৃহত সম্পদ কালত। যত নগণ আৰু যে মৰণ আদি উপহাৰ কৰন্ত দেবাৰ । ধন পুত্র দান কৰম্ভ প্রদান। লক্ষী ৰূপে সেহি কয় নিবাস অভাবে দেবীৰ পাৱে নানা দুঃখ গন্ধ পুষ্প ধূপ দিয়া পূজা স্তৰ তাক প্রতি দেব। আৰু ধৰ্ম্মে মতি আছে যত দ্রব্য দ্রব্য অন্বেষণে একান্ত ভকতি কৰা এক মনে খণ্ডোক আমাৰ এহিমাত্র চিন্তা দুর্গা নাম জপ খসিব বন্ধন মাৱৰ অধীন নাই প্রয়ােজন। দেবীৰ চৰণে সবে নগণে। সংসাৰ বন্ধন কা সর্বজন। কৰা নিৰন্তৰ লভিব। নিস্তার। অসাৰ সংসাৰ, দুর্গা পদ সাৰ, কৰাহা হিয়াত ধ্যান।