পৃষ্ঠা:পদ্যাৱলী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩০
পদ্যাৱলী

 ( ১৮ )
 ফলিল সুফল, হিৰাল্ডৰ সৈন্যদল,
অতি উৎসাহিত হৈ,  কুঠাৰ হাতত লৈ,
 পৰিহৰি পৰ্ব্বত স্থাপিত ব্যূহ-স্থল,
 ললে পা*নৰ্ম্মাণৰ, আহি গিৰিতল।
 ( ১৯ )
 ভাঙিল হিৰাল্ড ভাগ্য, ঘটিল প্ৰমাদ,
*****, পালে অস্ত গিৰিবৰ,
 দেখিল ইংলণ্ড, ঘোৰ আন্ধাৰ বিষাদ,
 সাধিলে বিধাতা আজি পৰাজয় বাদ!
 ( ২০ )
 চতুৰ ডিউকে দেখি অভীষ্ট সাধন,
***** হলে, উভতিল দলে বলে,
 ** ইংৰাজ সৈন্য যেনে নল বন,
 দলে মদমত্ত কৰী উল্লালিত মন।
 ( ২১ )
 ** হা*ত লৈ হিৰাল্ড সুজন,
***** যুজি প্ৰাণ-পণ কৰি,
***** হৰৱাই দক্ষিণ নয়ন,
***** ভগ্নোৎসাহ মন।