পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৺পদ্মনাভাদি চরিত

প্ৰণম্য চৰণাম্ভোজং দুৰ্গায়া ভুক্তি মুক্তিদং।
পূৰ্ব্বেষাং চৰিতং যত্নাৎ সংক্ষেপেন বিতন্যতে॥

প্ৰথম পৰিচ্ছেদ।

 পূৰ্ব্বকালত ব্ৰাহ্মণ গণ পঞ্চ গৌড় পঞ্চ দ্ৰাবিড় নামে দুই ভাগে বিভক্ত আছিলে যথা—

সাৰস্বতাঃ কান্যকুব্জা গৌড় উৎকল মৈথিলাঃ।
পঞ্চ গৌড়াঃ সমাখ্যাতা বিন্ধ্যস্যোত্তৰ বাসিনঃ॥
কৰ্ণাটা শ্চৈব তৈলঙ্গা গুৰ্জ্জৰা ৰাষ্ট্ৰ বাসিনঃ।
আন্ধ্ৰাশ্চ দ্ৰাবিনোঃ পঞ্চ বিন্ধ্যদক্ষিণ বাসিনঃ॥