পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিঠি।

শ্ৰীদুৰ্গা

স্নেহাস্পাদেষু শুভাশিষঃ।

 তোমাৰ সংগৃহীত “পদ্মনাভাদি চৰিত” পঢ়ি চাই অতিশয় সন্তোষ পালো। এই পুথি প্ৰচাৰিত হলে আমাৰ পুত্ৰ পৌত্ৰাদিৰ উপৰি পুৰুষ সকলৰ মহত্ত্ব স্মৰণ থাকিব। অতএব সোনকালে প্ৰকাশ হলে সন্তোষৰ কথা। ইতি।

শক ১৮৩৪। ২৫ ভাদ্ৰ
দেবগ্ৰাম।

নিত্যাশীৰ্ব্বাদ।
শ্ৰীকৃষ্ণচন্দ্ৰ শৰ্ম্মা গোস্বামী।

⸻⸻