পৃষ্ঠা:পদুম কুঁৱৰী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশাৰ সূতা এতিয়া মৃত্যু মুখত! প্রাণ যাবৰ সময়ত কোন্মই ৰঘুলৈ চাই এই কেষাৰ বুঢ় কলে -“হখি ; মই ম ক ত মূৰ বেঞ্জাৱ নাই, কিন্তু তুক যে মই ৰাখিব নােৱাৰিনে? এই জোৱহে মুৰ লগত গল । | ইয়াৰ পিছত ৰঘুক বন্ধি সিহঁত ঝক্কৰ ওবলৈ লৈ গল ।.. দ্বাদশ অধ্যায় অশি-সূতা

  • ) 10 Ta" a s Te: g'1:15 ) t() S€ £

And log:TS L218 11 1112 arifig And 10. 117 life's.A Lte11] 1 ty. Ca 11 12 13 d 12 13077 0f wheer 817} । = Sir. W Scott. দুখ-সমুদ্ৰৰ অকুল পানীৰ মাজতো অ*--- এডুখৰি কেতিয়াবা ওপড়ি থকা পোৱা যায় ; নৈৰাশৰ লক্ষ কঁড়ি ১ জিতা অশ-ছালৰ ফটা২ি টা ধা| এখনি গা ঢ. কবলৈ কেতিয়াবা মিলে। পৈৰাশৰ কেবটা খাপ। ত’ৰ শেহৰটো খাপ পালেগৈ এত বঃ সম্পূর্ণ নৈৰাশ হয়। সম্পূর্ণ নৈৰাশ হলে মানুহু এক মুহুর্ত ও জীয়াই থাকিব। নোৱাৰে মানুহে তেতিয়া জীৱনক এডাল তৃণ তক ও অপদার্থ জ্ঞান করে। কিন্তু যেতিয়ালৈকে সেই সম্পূর্ণ নৈৰাশ নহয় তেতিয়া : লৈকে অশাধাৰী প্ৰাণীয়ে অাশাৰ সৰু সূত্রাডালিতে এমি প্রাণ ধাৰণ কৰি থাকে। এই সূতাডালিত ওলমিহে বাধিকাই এশ বছৰ