পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় তাণ। | শিক্ষাবিভাগৰ গৰাকীসকলৰ অহত এই পুণি বৰমা উপত্যকা আৰু আসামৰ উচ্চ, মজলীয় ফুল আৰু পঢ়াশালি বিলাকৰ পুথিৰ ভঁৰাল আৰু পঢ়া- শালি বিলাকৰ ব্যৱহাৰতত চলিছে, এই উদগণিৰে উৎসাহিত হৈ পুথিখন দ্বিতীয়বাৰ ছপা কৰাবলৈ আগ বাঢ়িলো। ইয়াৰ তলত থকা এবােটপা শ বিলাকৰ লগত আৰু কিছুমান শব্দ যােগ আৰু গ্ৰন্থৰ জীবনীৰ সংক্ষিপ্ত বিবৰণে সৈতে পুথি খনিৰ অব কিছু বৃত্তি কৰা গল। পঢ়াশলীয়া অভিধান “হেমকােষৰ পিচ ক্রিয়া, এই বাৰে তাত নথক। কোনাে কোনাে শব্দ ইয়াত পােৱা যায়। অধিক দুয়াে পুণিত না, নাই; পঢ়াশলীয়া অভিধানত নথকা হেমকোষৰ শৰ আৰু উভয় গ্রন্থৰ শব্দবিলাকৰ বাচ্যবিশেষণাৰি কিছুমান শ মূললৈ চাই “এবােটল ভাগত সমিৰি কৰি অভিধানৰ নাটনি পূৰাৰৰ চেষ্টা কৰা হৈছে; ভেও যে পুথি পূৰা হৈছে এনে ভাৰ মনৰ আগৰ পৰা বহুত নিলগত পৰি আছে। | এই পুথিৰ তল ভাগত দিয়া এবােটল শৰ বিলাকৰ ৰেণ পূৰাৰৰ অর্থে ডিব্ৰুগড়ৰ আলােচনী” কাকত না যুক্ত কামাখ্যা ৰাম বৰুৱা বি, এ, বি, এ, মহাশয়ৰ পৰা ৰহত সহায়তা পােৱা গৈছিল ; এতেকে মুকলি মনেৰে তেওঁবিলাকৰ প্ৰতি নথৈ শলাগ লােৱা হৈছে। শেহত, দুখেৰে নাও যে পচালীয়া অভিধান শয় প্রকাশিত হৰৰ আশাৰে কিন্তু আগনে সৈতে ১৯০৯ সনৰ যেই মাত কলিকতা সুকীয়া টি “শি খেচলৈ পঠোৱা হৈছিল। পিচে অনেক যায় না। পুরুষা কৰিও তাৰ পৰা গুলি ওলাৰৰ আশা নেদেখি, আৰু সামা প্ৰেত দি ছপা কৰো হল। মণিকা থেকে হালি দিয়া হলে কেতিয়াবাই এই পুথি পাঠকসকলৰ ওচৰত উপস্থিত হলহেঁতেন। শিৱসাগৰ । । ১লা মে, ১৮৩৪ শক।)