পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মম | ( ৩৬৭ মনিয়া। মদমত্ত (বি) বৰ অহঙ্কাৰী, অহঙ্কাৰেৰে | মধুময়,) (বি) মৌৰ নিচিনা মিষ্ট, মৰ বলিয়া ; বলিয়াতিওৱা। মধুৰ) সােৱদ ; সন্তোষ-দিয়া। মদবাৰি (স. শ.) বলিয়াতিওৱা হাতীৰ মধুৰতা (গু শ) মধুৰ গুণ, মিষ্টত। | কাণসতাই দি ওলােৱা ৰস। মধুৰি আম্। (স. শ.) এবিধ ফল, মদৰুৱা (বি) অকাঠী, সাৰ নথকা , উল নােহােৱা (রং)। | মধুৰিয়াম সবি আষ, তাৰ গছ। মদাৰ, (স.) এবিধ ৰজা ফুল-ধৰা | মধুসূল (স. শ.) বিষ্ণু। কাইটীয়া গছ; বগা ফুল ধৰা আন | মধ্য (স. শ.) মাজ, তিত। এবিধ। | মধ্য(বি) বলীয়া, বৰ ভাল বা শদা (বি) অহঙ্কাৰে কণা বা জ্ঞান, | বৰ বেয়া নােহাৱা, বৰ ভাল মদমত্ত। | বা নিচেই সৰ নােহােয়; মাহী (বি) মদত ৰত। (সশ) মদপী। | | মাসিউ। [মেলুৱৈ। মদোন্মত্ত (বি) মদ খাই বলিয়া , অহ- | মধ্যস্থ (স শ.) দুই পক্ষৰ দশ তলা | কাৰেৰে অজ্ঞান। মধ্যস্থতা ..)মধ্যস্থৰ অৱস্থা ৰা কাৰ্য্য। ম (স.) মুৰ, মদ , ফটিকা। মধ্যসূল (স.) মাজ ঠাই। মধা (স.) ভাল আট, মুঠা, পােল।। মধ্যাহ্ন (স শ.) দুপৰদিনৰ মাৰ ভাগ। মধাই (স.শ.) মাধৈলতা, মাধৱী ফুল। | মধ্যে (অব) মাজত। মধু (স ) মৌ; ফুলৰ মিঠা ৰস , | মন্ (স.)মতি,চিত্ত, আশয়। (স.) না । | চকুৰে দেখি বুলিব ৰা চিনিৰ মধুক, (সশ) মৌ-মাখি। তােমােৰা। পাৰ; যেনে, চকুৰে নমনে। যমুনা (স.) থােক-মেলা কলা-গছৰ | মনকে .স.) মন। এ দেখা , | মাজৰ ভিলা বা সাৰ। । দেখন। (ক। মধুনা (স. শ.) তেলীশালত ঘূৰাই | মন্ ক, মন দি, কাণ , মনােযােগ সৰিয়হ ভঙ্গা এভাল গােটা কাঠ | মন (স.) বিৰ বাঙ্গা, ইচ্ছা। বা ঠোৰা; কলগছৰ মুঢ়া। । মনাকচু (স. প.) ৰ কচু, এৰি গৰ মধুপক (স.) দেৱতাক দিয়া ঘিউ- } জাতিৰ কচু। মৌৰে মিহলি দৈ-গাখীৰ। | মনিয়ৰি (স.) এৰি চৰাই - মধু ফল (স.) অমৃতা। । গমনি-খান।