পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(XXII) লিঙ্গ। অসমীয়াত মত বুজোৱা শৰ পুলিশ আৰু মাইকী-বুজোৱা শব্দ স্ত্রীলি; যেনে, (পুং) মুনিহ, (স্ত্রী) তিৰােতা; (পুং) দ্বামী, (স্ত্রী) ভাষা, (পুং) বাঘ (স্ত্রী) বাঘিনী, ইত্যাদি। মতা নে মাইকী চিনিব নােৱাৰ জন্মৰ নাম বুজোৱা শৰু জীৱলি ; যেনে, পােক, পৰুৱা, মাছ, ইত্যাদি। জীৱহীন বস্তুৰ নামম জীবলিঙ্গ; যেনে, মাটি, পানী, কাপােৰ, ইত্যাদি। কিছু মান শৰ বিলিঙ্গ, অর্থাৎ পুং, স্ত্রী, দুয়ােলি বুজায় ; যেনে, মানুহ, মহ, গৰু, পহ, ইত্যাদি। এই শ্ৰেণীৰ শৰৰ আগত মতা, মাইকী নাইবা পুজি বা স্ত্রীলিঙ্গ বুজোৱা আন শৰ যি লিৰ প্ৰভেদ কৰা যায়; যেনে, মতা মানুহ, মাইকী-মানুহ, মতামহ, মাইকী-মহ; বলগৰু, গাই-গৰু, ইত্যাদি। বিশেষ্যৰ যি লিঙ্গ, বিশেষণৰৰ সেই লিজ হয়, আৰু অনেক পুলি বিশে ও জীলিত গঢ় লৰে যেনে, সুন্দৰ পুৰুষ, সুন্দৰী স্ত্রী, ৰজা বলদ, ৰাগলী গাই; কুঁজা মুনিহ, কুঁজী তিনােত। বিশেষণৰ গঢ় নলৰিলেও বিশেষ্যৰ লিজকে বিশেষণৰ লি বুলি জানিব লাগে, যেনে, ভাল মুনি, ভাল তিৰােতা, ভাল পােৰ। ইয়াত মুনিহ, তিৰােতা, কাপােৰ, এই কেইটা বিশেষ্যৰ যি লি, “ভাল” এইটো বিশেষণৰে। সেই লি। কেতিয়াবা খ্রীলি বিশেষণে জীবনি বিশেষ্যৰ গুণ দেখায়; তেতিয়া সেই বিশেষণক জীৱলিৰ বুলিব লাগে; যেনে, খৰ। ইয়াত এইটো স্ত্রীলিঙ্গ বিশেষণে ঘৰ এইটো জীবলি বিশেষ গুণ দেখােৱা হেতু সিওলি । | এই অভিযানত কোনাে জাতি ৰা ব্যৱসায়ৰ মাৰ জোৰ কোনাে পশি পাচত বেন-বােৰ মাজত “” এ দি তাৰ পাচত যি । লিখা গৈছে, সি সেই ৰাতিৰ ৰা সেই ব্যবসায় কৰা যায় তা আৰু সেই তিৰ সেই ৰসাৰ কৰা তিৰােতা, হইলে যায় যে, ৰা; (গ) ৰা অর্থাৎ বামুণৰ তা আৰু জাতিৰ ভিৰােতা; (খ) কুমাৰামাৰ ভাৰা আৰু মাৰৰ ৰসায় ৰাতি ইত্যাদি। গুৱাহা। এ বনা। আযান ১৯১০ শ।