এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাননী
৺ গুণাভিৰাম বৰুৱাৰ —
| আসাম বুৰঞ্জী | … | … | ১৲ |
| ৺ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত | ১৲ | ||
| লৰাপুথি | … | … | ৵৹ |
| কঠিন শব্দৰ ৰহস্য বাখ্যা | … | ৵৹ | |
শ্ৰীমতী স্বৰ্ণলতা দেবীৰ
| আৰ্হি তিৰুতা (সচিত্ৰ) | … | ৵৹ | |
শ্ৰীযুত জ্ঞানদাভিৰাম বৰুৱাৰ
| ভেনিচৰ সাওদ | … | … | ৵৹ |
| Folk Tales of Assam- (ইংৰাজী ভাষাত ১৭ টী অসমীয়া সাধুকথা। ইংৰাজী শিকিবৰ ভাল কিতাপ) | ১৲ | ||
ওপৰত লেখা কিতাপবিলাক গুৱাহাটীৰ আৰ্ল ল কলেজত আৰু আসামৰ সকলো কিতাপৰ দোকানত পোৱা যায়
মোৰ ঘৰৰ পৰা ৺ গুণাভিৰাম বৰুৱাৰ গ্ৰন্থাবলী দুই খণ্ড আৰু Robinson's History of Assam হেৰাইছে। যদি কোনোবাই মোক বিচাৰি দিয়ে তেওঁক বঁটা দিয়া হ'ব।
শ্ৰী জ্ঞানদাভিৰাম বৰুৱা,
আৰ্ল ল কলেজ, গুৱাহাটী