পৃষ্ঠা:ন-বোৱাৰী.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| ২ ন-বােৱাৰী। ঠালি চৰু ডাঙ্গিব পাৰে, তেহে যদি ৰান্ধি বাঢ়ি টুটলি তামূলিকৈ খুৱাব পাৰে। বুঢ়ি বান্দীৰ জাননা এই ভস্মত দুখন হাতৰ আজৰি হব । আমাৰ কোন আছে ; কোনে আমালৈ কাণ কৰে। | ল —( ভিতৰত আহি) ধৰক আই ! এই " অনৱেই আমােল কাটি আপােনাৰ ভিতৰত সদা—উ-অই । শাহুৰ মান খন ধৰিছে চোৱা ! নে নে তোৰ তামােল লৈ যা, কাক খুৱাবলৈ কাটিছ, র। ন। আজ এইনামে সন্তোষ। | (লাবৰ তামােণথৈ প্রস্থান। সু - হে আই-অ ! শুন, তামােল পাণ এটি কি ৰ লৈ আহা। | (কচুতীৰ প্ৰবেশ।) ক--আইৱে নাে কিকৰা হৈছে । সুভদ্রা-বােলাে আমাৰ নে, আমাৰ কথা শুধি- ছানে ? সুভদ্রা-এও কি শোধা। বাৰু বঁহা।। কচু—ভ লে দিন আপোনালােকৰ ফালে ভূমুকি মাৰিব পৰা নাই। অজিহে কোনােমতে মুৰ পােলাে- কা দিছো।