পৃষ্ঠা:ন-বোৱাৰী.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


( ২৬ ] ন-বােৱাৰী। সুভদ্ৰাৰ প্ৰাবশ! সুভদ্রা—উশহতে ভাত গিলিলিনে ? (চায়) অ' চৰিয়াত বাকিলি। হেঁয়ে, চাজ মুৰি ! তােৰ বাপেৰৰ ঘৰত গুটি গছি কেই জোৰ ভৰাল আছে— এই দৰে চৰিয়াই—চৰিয়াই চুৱনীত পেলাবলৈ ! যদি খাবৰ মন নাছিল, আগয়ে নকলি কিয় । চকৰ ভাত চৰুতে থাকিল হেতেন আমাৰ কিবা খাও নাইকিয়া হইছেনে ! | লাবন্য—আই । মােৰ খাবৰ মন আছিল। খালে হেতেন। সুভদ্রা-পাচে পাচে, বাপেৰ মৰা বাতৰি পালি হলা, নাই পৈযেৰে সৈতে শােৱনী ঘৰত চৰু জুৰিব খুছি ! লাবন্য - নহয় আই ! দেউতাৰ মুৰ বােলাত, খাবৰ মন নগল। | সুভদ্রাউস ! এতিয়াহে মৰিলে।বৰ জগৰ লগালোঁ-উ ! মাত মাতি এইৰ আগত সাৰিব নাে- ৱাৰি সচা। আহ ফালিব ঔ, এখন ঘৰ দুখন কৰি ঐ। এই বালি ! মুৰ বােলা মাত্রকে জানােনা ভাত গাল মুৰ হল। লাবন্য—নহলেও,-বিছিনা লাগিল আই ! সুভদ্রা-পথালী চকুৱা মনিষ, বুলিলেই নীচ।