এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
নীতি-শিক্ষা
কিন্তু, উত্ৰাৱল বাঘজাকক এৰাই যোৱা টান হল। বাঘ গৈ বাগী আৰু ঘোঁৰাৰ ওপৰত পৰোঁ-পৰোঁ হল!
এনে আপদৰ সময়ত, লগুৱাটোৱে সি উঠি যোৱা ঘোঁৰাটো এৰি দি বাগীৰ পিচত বহি ললেগৈ। গৰাকীয়ে তাৰ কাৰণ সোধাত সি লৰালৰিকৈ তেওঁক। বুজাই