পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
ব্য়ুহকথনং।


 অস্য়াৰ্থ:—উপতাপ বুলি চাৰিওফালে অস্ত্ৰশস্ত্ৰ প্ৰহাৰ কৰি তুমুল যুদ্ধ কৰিব। চিৰকাল ৰোধ আবৃত কৰিব। অবস্কন্দ জল শোধন কৰিব। তীব্ৰপৌৰুষ অগ্নি লগাই ভয়ক জন্মাব। মৃন্ময়ক খানি নষ্ট কৰিব। জলযন্ত্ৰ কৰি জলমোচন কৰিব। গ্ৰাম দুৰ্গত উপায় কৰি অগ্নি লগাব। গহ্বৰত প্ৰবেশ হব। পবতত স্থানভেদ কৰিব। খাঐ মাটিৰে পুতিব। বক্ৰত চোৰ মেলিব। দলদলিত কিছো কিছো কৈ গড় পেলাই পুতিব।

অথ ব্য়ুহব্যবস্থা,-

পঞ্চাৰত্নি ধনুস্তস্মিন্ ধন্বিনং স্থাপয়েদ যুধি।
ত্ৰিগুণেইশং গজৰথৌ স্থাপ্যৌ পঞ্চসু পঞ্চসু॥
শমান্তৰস্তুপুৰুষস্তুৰগস্ত্ৰিশমান্তৰঃ॥
কুঞ্জৰঃ স্যন্দনশ্চৈব স্মৃতৌ পঞ্চশমান্তৰৌ॥
অথবা খলুযুধ্যেৰন্ পত্তাশ্বৰথদন্তিন।
যথাভবেদসম্বাধো ব্যায়ামবিনিবৰ্ত্তনে॥
সুসঙ্কৰং ন যুধ্যেৰন্ সঙ্কৰঃ সঙ্কুলাবহঃ।
মহাসঙ্কুলযুদ্ধে চ সংশ্ৰয়েবন্ মহাগজান্॥
অশ্বস্য প্ৰতিযোেদ্ধাৰো ভবেয়ুঃ পুৰুযাস্ত্ৰয়ঃ।
ইতি কল্ল্যাস্তু পঞ্চাশ্বা বিধেয়াঃ কুঞ্জৰস্য চ॥
পাদগোপ্তাশ্চ তাবন্ত পুৰুষা দশ পঞ্চ চ।
বিধানমিতি নাগস্য কথিত স্যন্দনস্য চ॥
অনীকমিতি বিজ্ঞেয়মিতি কল্ল্যা নব দ্বিপাঃ।
তথানীকস্য ৰন্ধ্ৰং তু পঞ্চচাপং প্ৰচক্ষতে॥
উৰঃ কক্ষৌচ পক্ষৌচ মধ্যঃ পৃষ্ঠং প্ৰতি গ্ৰহঃ।
কোটী চ ব্য়ুহশাস্ত্ৰজ্ঞৈঃ সপ্তাঙ্গোব্যুহ উচ্যতে॥

কামন্দক-২০।১-৩০

উৰসি স্থাপয়েন্নাগান্ প্ৰচণ্ডান্ কক্ষয়োৰথান্।
হয়াংশ্চ পক্ষয়োৰ্ব্য়ুহো মধ্যভেদী প্ৰকীত্তিতঃ॥ কা-২০।৩৭