পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
নীতিলতাঙ্কুৰ।


যেষু অয়ম্ভাৰঃ কোটচক্ৰাদ্বহিঃ। নিঃসৃতানাং স্বসৈন্য়ানাম্ অন্ধকাৰেণাপি কিঙ্কিণীশব্দানুমানেন আগমনাৰ্থং সৈন্যগণঃ শত্ৰুভিৰনুপলক্ষিতঃ কোটচক্ৰা- দ্বহিনিঃসৰেদগচ্ছেৎ প্ৰবিশেচ্চ। কোটচক্ৰে বৃথা কোলাহলং শব্দং ন কুৰ্য্য়াৎ যতো বুথা কোলাহলাৎ কুক্কুৰেণাপি ভূতাঃ প্ৰাণিন: বাৰিতা নিবাৰিতা ভবেয়ুঃ। শত্ৰোৰ্যেদূতা: সমাগতাঃ তে ৰাজশাসনগোচৰাঃ সন্তঃ দূৰতস্তিষ্ঠেয়ঃ সৰ্বেযু কাৰ্য্য়েযু মুখঃ উন্মুখ: উৎকষ্ঠিতে জনঃ সংজ্ঞয়া নাম গ্ৰহণেন ৰাজ্ঞ উপগ্ৰহণেন তিষ্ঠেৎ। অমুক ইদং কৰোতু অয়ং ভাবঃ। খাতাদ্বহিঃ স্থিতানামাত্মনঃ সৈন্যানাং চেষ্টাং সঞ্চাৰং দিনে দিনে জানীয়ুঃ। কোটচক্ৰস্য় সৰ্বতঃ পাৰ্শ্বস্থিতাং সৰ্বাং ভূমিং কুচিৎ প্ৰদৰৈঃ গৰ্ত্তৈঃ প্ৰচ্ছন্নৈঃ সাচ্ছাদিতৈঃ ভূসয়েৎ।

 অলঙ্কৰ্য্য়াৎ কুত্ৰচিৎ কন্টকশাখাতি: ভূষয়েৎ। কচিদয়োমুখৈঃ কিলৈঃ পাজিটাটৰিভিঃ অয়োমুখৈঃ লৌহযুক্ত মুখৈঃ কোটচক্ৰস্য় বহিঃস্থানে স্বসৈন্য়ানাং ব্যায়ামং স্ববিদ্যাভ্যাসঃ অন্বহঃকৰণৈঃ সেবকৈঃ জনৈঃ চিত্তেশ্চিত্তজ্ঞৈঃ। কিম্ভূত- স্থানে? নিৰ্বৃক্ষেইষ্টক পাষাণস্থাবল্মীকনিৰ্দৰে নিৰ্বক্ষা ইষ্টকপাষাণস্থানবো বৃক্ষাঃ বল্মীক নিৰ্দৰাগৰ্ত্তা যস্মিন্ এতৈঃ শূণ্যে দেশে বহুব্ৰীহিঃ॥

কথা--

 এই প্ৰকাৰে চতুৰঙ্গ সেনায় আবৃত হুয়া শক্ৰৰ সন্মুখে যাব। এপৰ দুপৰ বাট গৈ শত্ৰুৰ বিচল আপোনাৰ সৰ্বপ্ৰকাৰ চল হয় তাত কোট কৰিব। চতুৰস্ৰ কৰি কাঠগড কৰিব, চতুৰ্দ্বাৰ দিব, বিস্তৰণ কৰিব। বিসম সঙ্কট কৰিব। সাট উচ্চ চাঙ কৰিব। কাঠগ'ডৰ বাহিৰে চাৰিওফালে বেটি বাট থব। তাৰ কোখত মহাতোদ্ধত ত্ৰিংশ হস্ত পৰিমিত সেতু। তাৰ উপৰি কোখত গোমূত্ৰিকাকাৰ প্ৰাকাৰ কৰিব। তাত মহাখাঐএৰে আবৃত কৰিব। তাৰ কোখত শৃঙ্গাট চতুষ্পথাকাৰ কৰিৰ। তাৰ চাৰিওফালে মৌল দ্বাদশ ৰাজা ভূত প্ৰাণী সুহৃৎ মিত্ৰ এইসকল থব। চতুৰস্ৰ মধ্যত পাটনাদ কৰিব। তাৰ চাৰিওফালে আপ্ত হিতকাৰী পুৰুষ থব। লব্ধনামা মনোজবা হস্তী ঘোৰ দ্বাৰে দ্বাৰে থব। যামবৃত্ত্য়া প্ৰহৰ ভাগ কৰি বাটি লৈ অস্ত্ৰশস্ত্ৰ ধৰি জাগি থাকিব। অনুব্বাসী নপুংসকাদি পুৰুষ ৰাজাৰ লগত থাকিব। ৰাজাৰ দ্বাৰত শুদ্ধ অদুষ্ট যোগ্য হস্তী দ্বাৰত থব। মধ্যে মধ্যে বাহিৰেও কণ্টকশাখা অয়োমুখ