পঞ্চমঃ পৰিচ্ছেদঃ।
যানব্যবস্থা।
অথ মণ্ডলস্য পৃষ্ঠাদি শুদ্ধিঃ-
ইতিচেতিচ সম্পশ্য় কালদেশসহায়বান্
বিশুদ্ধপাষ্ণিসম্পূৰ্ণঃ সমাক্ৰামেৎ পৰানপ্ৰতি॥
পুৰশ্চপশ্চাচ্চ যদাসমৰ্থস্তদাভিযায়ান্মহতে ফলায়
পুৰঃ প্ৰসৰ্পন্নবিশুদ্ধপৃষ্ঠঃ প্ৰাপ্লোতি তীব্ৰং খলুপাষ্ণিভেদম্॥
তথাচ মাঘে,-
ত্বয়ি ভৌমংগতেজেতুমৰোৎসীৎ স পুৰীমিমাং।
প্ৰোষিতাৰ্যমণং মেৰোৰন্ধকাৰস্তটীমিব॥ মাঘ—২।৩৯
শ্ৰীকৃষ্ণং প্ৰতি বলভদ্ৰ বাক্যং,-
কৃষ্ণে নৰকেশ্বৰক মাৰিবলৈ গলত শিশুপালে সসৈন্যে এই দ্বাৰকাক আবৃত কৰিলে যেনে সূৰ্যদেবতায়ে স্থানান্তৰক গৈলে অন্ধকাৰে মেৰুৰ তটীক আবৃত কৰে তদ্বৎ।
বিপাকদাৰুণো ৰাজ্ঞাং ৰিপুৰল্লোহপ্যৰুন্তুদঃ।
উদ্বেজয়তি সূক্ষ্মাহপি যথা চৰণকণ্টকঃ॥
ৰাজাএ অল্প শত্ৰুকো মাৰিব নাৰাখিব।
অপৰঞ্চ,--
বিধায় বৈৰং সামৰ্ষে নৰোহৰৌ য উদাসতে।
প্ৰক্ষিপ্যোদচ্চিষং কক্ষে শেৰতে তেহভিমাৰুতং। মাঘ-২।৪২
যি পুৰুষে শক্ৰৰ অপকাৰ কৰি প্ৰতিকাৰ নকৰে সি বাউৰ সমুখে অগ্নিক থৈ শয়ন কৰিলে, এতেকে শক্ৰৰ শেষ নথব।
সমূলঘাতমঘ্নন্তঃ পৰান্নোদ্যন্তি মানিনঃ॥
প্ৰধ্বংসিতান্ধতমসস্তত্ৰোদাহৰণং ৰবিঃ॥ মাঘ-২।৩৩
ৰাজাই শত্ৰুক সমূলে নামাৰিলে অন্যক উদ্যম নকৰে যেনে আদিত্যে অন্ধকাৰ শত্ৰুক নামাৰি অন্তক প্ৰকাশ নকৰে তদ্বৎ।
শত্ৰুং জেতুং যানব্যৱস্থা,-
ধ্বজিন্যাতু সদোদযুক্তঃ সদোপায়েদ্দিবানিশং।
নদ্যদ্ৰিবলদুৰ্গেষু যত্ৰ যত্ৰ ভয়ং ভবেৎ॥
সেনাপতিস্তত্ৰ তত্ৰ গচ্ছেদ্বহীকৃতৈবলৈঃ।
নায়কঃ পুৰতো যায়ৎ প্ৰবীৰপুৰুষাবৃতঃ॥