চ তচ্চ কথ্যতে। ৰাজাএ মন্ত্ৰীক ধৰ্ম্মস্থানত নিয়োজন কৰি ধৰ্ম্মশ্ৰদ্ধা বুজিব।
ধৰ্ম্ম স্থানত নিয়োজন কৰি ধৰ্ম্ম শ্ৰদ্ধা বুজিব। সুন্দৰী স্ত্ৰীক নিয়োজন কৰি
কাম জিজ্ঞাসা কৰিব। সুবৰ্ণ ৰত্ন প্ৰভব স্থানত নিয়োজন কৰি লোভোপধা
বুজিব। ভয় স্থানত নিয়োজন কৰি ভয়োপধা বুজিব। শত্ৰুপক্ষেও শত্ৰুৰ
এই প্ৰকাৰ বুজিব। শত্ৰু যদি ধৰ্মোপধা হেন জানে যজ্ঞাদি নিমিত্তে নিমন্ত্ৰণ
কৰি ছল কৰাই ধৰিব। যদি কামোপধাহেন জানে সুন্দৰী ৰতিবিদগ্ধা স্ত্ৰীক
দিয়া ৰতি সময়তে বা ভোজন সময়তে মৰাব। যদি অৰ্থোপধা হেন জানে
যুদ্ধ সময়ত অনেক ধন সেচন কৰি মৰাব। যদি ভয়শীল হেন জানে মায়া
উপেক্ষা ইন্দ্ৰজালাদিক দেখাই খেদাব। “মায়া ছদ্মবেশ: কৃষ্ণাৰ্জ্জুনভীম-
সেনাদিভিজৰাসন্ধবধে কৃতং।” তথাচ কথ্যতে,-
বেতালোল্কাপিশাচানাং শিলানাঞ্চ সৰূপতা
ইত্যাদিমায়া বিজ্ঞেয়া মানুষী মানুষেশ্বৰৈঃ! ১৮।৫৪
“জঘান কীচকং ভাম আস্থায় স্ত্ৰীস্বৰূপতাং”
মেঘান্ধকাৰবষ্টগ্নিপৰ্ব্বতাদ্ভূতদৰ্শনম।
দূৰস্থানাঞ্চ সৈন্য়ানাং দৰ্শনং ধ্বজশালিনাং। ১৮।৬০
ছিন্নপাটিতভিন্নানাং সংস্কৃতানাঞ্চদৰ্শনম্
ইতীন্দ্ৰজালং দ্বিবতাং ভীত্য়ৰ্থমুপকল্পয়েৎ। ১৮।৬১
উপেক্ষা যুদ্ধাদিভ্য়াগঃ, স চ কথ্যতে, আবয়োবৈৰত্বকাৰণং নাস্তি। পৰমেশ্বৰ দত্ত ভোগং ভুক্তা সুখমনুভবামঃ ইব্যুক্তা যুদ্ধোপকৰণং ত্যাজয়িত্বা পশ্চাদ্ধনং। ঐন্দ্ৰজালিকং ৰাৱণেন শ্ৰীৰামস্যাগ্ৰে সীতায়াঃ শিৰশ্ছেদনং সীতায়া অগ্ৰে শ্ৰীৰামলক্ষ্মণয়োঃ শিৰশ্ছেদনং। অনেকে উপায়ঃ সন্তি এতন্নিদৰ্শনমাত্ৰম্।
জানামিৰে সৰ্পবলপ্ৰধানং হৰস্য়কণ্ঠেস্থিতিৰেব যস্মাৎ।
নৈতদ্বলং স্থানবলং বলংস্যাৎ স্থলেস্থিতঃ কাপুৰুষোহপি সিংহঃ॥
ইতি মন্ত্ৰণানীতি সমাপ্তা।
⸻