পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
নীতিলতাঙ্কুৰ।


দ্বাদশনাং নৰেন্দ্ৰাণাং পঞ্চ পঞ্চ পৃথক্ পৃথক্‌।
অমাত্যাদ্যাশ্চ প্ৰকৃতীৰামন্তীহ মানবাঃ। কা—৮।২৪

এই বাৰটা ৰাজা সহিতে অমাত্য ১ সুহৃদ ১ কোষ ১ ৰাষ্ট্ৰ ১ দুৰ্গ ১ আকে দ্বিসপ্ততি মণ্ডল বোলে।

অষ্টশাখং চতুৰ্মূলং ষষ্টিপত্ৰং দ্বয়ে স্থিতং
ষটপুষ্পং ত্ৰিফলং বৃক্ষং যো জানাতি সনীতিমান্। কা-৮।৪২
সন্ধিৰ্না বিগ্ৰহো যানমাসনং দ্বৈধমাশ্ৰয়ঃ।
ক্ষয়ঃ স্থানঞ্চ বৃদ্ধিশ্চ ত্ৰিবৰ্গো নীতিবেদিনাম॥

 অমৰকোষ-৮।১৮-১০

ভেদোদণ্ডঃ সাম দানমিত্যুপায়চতুষ্টয়ম্॥ অমৰ-৮।২০
নয়স্য় বিনয়ো মূলম্ বিনয়ঃ শাস্ত্ৰনিশ্চযঃ॥ কামন্দক—১৮।৩
বিনয়োহীন্দ্ৰিয়জয়স্তযুক্তঃ শাস্ত্ৰমৃচ্ছতি॥ কামন্দক—১।২২

ইতি মণ্ডলনীতিবৃক্ষপৰিচ্ছেদঃ

আকে নীতিবৃক্ষ বোলে। যষ্টি মণ্ডলে নীতিবৃক্ষৰ যষ্টিপত্ৰকৈ বুজিব।