পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

নীতিলতাঙ্কুৰ।


প্ৰস্তাবনা।

শ্ৰীগোবিন্দপদাৰবিন্দমধুপঃ শ্ৰীমৎচমূনায়কো
দ্বাৰাবংশগভীৰসাগৰশৰচ্চন্দ্ৰশ্চিৰং ৰাজতাং।
যস্যাজ্ঞাং হৃদয়ে নিধায় বিদুষাং প্ৰীত্যৈ নৃপাণাং ধ্ৰুবং
শাস্ত্ৰং নীতিলতাঙ্কুৰং বিততে বাগীশশৰ্মা কৃতী॥

 লক্ষ্মীকান্তপদদ্বন্দ্বং ন বাগীশশৰ্মণা।
 ক্ৰিয়তে ৰাজবৰ্গাণাং হিতাৰ্থং নীতিসংহিতা॥

প্ৰথমঃ পৰিচ্ছেদঃ।
কৰণীয়াৰ্য্য়নিশ্চয়ঃ।

তত্ৰ প্ৰথমং মন্ত্ৰণায়াঃ স্থৈৰ্যমেব নিৰূপ্যতে,—
 অফলানি দুৰান্তানি মনোৰথফলানি চ
 অশক্যানি চ কাৰ্য্যাণি নাৰভেত বিচক্ষণঃ॥

 অস্যাৰ্থঃ —যৎকাৰ্য্য়ং অফলং ফলশূন্যং দুৰান্তং অন্তৰহিতং দীৰ্ঘসূত্ৰমিত্যৰ্থঃ, মনোৰথফলং জিতমিতি বাঞ্ছামাত্ৰফলমেব, এমত কাৰ্য্য়ক মতিমস্ত পুৰুষে না কৰিবেক।