পৃষ্ঠা:নাম-মালিতা.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাবিন নামৰু যিটো ন বুলি। প্ৰতি দিনে দিনে সদা কীৰ্তন। না যত যত ফল পাবে সিটানে। ত্য ৰাশিত যুক্ত হোৱে তাৰণে। আদিত্যৰ প্ৰভা তুল তাৰ বশ ৰাণি। কষ্ট প্ৰকাশ বু* সকলে প্ৰকাশি ৩৬২ তেকিয়া সংসাৰ বুদ্ৰ মুৰ নিৰন্তৰ। যোৱ পৰম আতি দ্ধ সিটো নৰ। বিৰ কীৰ্ত্তন মহাধম্ম আচন্তে। পাৱন্ত মুকুতি পদ সংস'ত হয়ে ৩৬ পৰম নিৰ্মল তাৰ মহন্ত কাৰ্তিক। কষ্ট দেয়গণে প্ৰশংসা অধিক। গৌৰ সংহিতাত কহি মহিমা নাম। শততম সংহিতাত না আত পৰ্ব। নিৰৰে তীৰ্থৰ কথন প্ৰস্তাৱত। কত ভান্তে ভূগু মুনিৰ আগত। সাগৰ সঙ্গম গলা তীৰ জনত। তিনি সাতবাৰ মৰি পাৰে ফল যত ৩৬ ৰা নাম কীৰ্তন কৰতে নিৰৰে। তাৰ আঠ ৭ ফল শীয়ে পাৰে নৰে। কেন যেন ফল পাবে সাগৰ স্থান। পাৰ হয়ে নয় মোৰ নাম কীৰ্তন