পৃষ্ঠা:নাম-মালিতা.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰ লৈকে নাম নলাগে তাহা এক হৰি নামে কৰে সংসাৰ নিতাৰ। জাও বৰ্ণ নাহি বিচাৰ নামত। নে বা বেলে • নাম স্মৰে বা মন এতেকতে হৰি নাম কৰাৱে মোচন। ইটো সত্য নিশ্চয় জানিৰ তপোবন। ৫৬৯ দেহ পুত্ৰ দাৰা ধন ইহাৰ নিমিত্ত। নানা বিধ নিষেধ••অচিৰে প্ৰতি নিতে। তা যদি সেহি নাম কীত্তন কৰয়। জানা সম্বৰ শীঘ্ৰে ফুল নধৰয়। ৫৭০। পৰম ৰহস্য ইটো নামৰ মত। শঙ্কৰতহ মঞি শুনিলে পুত। সমস্তে অশুভ যত তাহ'কে হয়। নাম অপৰাধ ঘোৰ তাকো নিবাৰয়। ৫৭১। যিটো বিষ্ণু নাম অৰাধী আতিশয়। পাঠ মাঠকতে তাসাম্বাৰ• মোঞ্চ হয়। পৰম মহিমা শুনা বিষ্ণুৰ নামৰ। যিটো জনে কীৰ্ত্তন কৰয় নিত। ৫৭২। সি জনৰ সাত গোটা কাৰ্য্য সাধে আতি। দেAো প্ৰতি প্ৰতি লেখা না কাণ পাতি এথমতে নিৰন্তৰে পাপৰু হয়। লোৰে সংসাৰৰ যত পণ্য চয়ও।