পৃষ্ঠা:নাম-মালিতা.djvu/১২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
১১৫

লা পৰাৰ চয় নি নিয়ে।
পুনৰপি পূজিলা নাৰদ মুনিবৰে।
কহিয়োক মুনি তুমি মোৰ বিদ্যমান।
বিষয়ক মাত্ৰ যা প্ৰিয় বুলি মানে॥
আন বিৰকতি বিৰতি নিৰন্তৰ।
দেহ পুত্ৰ উৰ্য্যা ধন তাতে ততপৰ।
ইটো মহা ঘোৰ নাম অপৰাধ চয়।
কিমতে তৰা পৰ'ভৱ নয়। ৫৬৪।
সনত কুমৰে ন ৰদৰ প্ৰ শুনি।
দিলত সিদ্ধ’ পাছে অঙ্ক মনে গুনি।
শুনিমযা নাৰদ তুমি পৰম মহক
নাম অপৰাধীক হৰিয়ে। নৰান্ত। ৫৬৫।
হৰিৰে পম স্ৰোহী যিসব নিক্ষণ।
তাসমকো ৰাৰ নামে দেখ কেন বল।
হনয় নামৰ অপৰাধী যিটো নৰ।
নামেসে কেৱল ৰাখে জানা মুনি॥
মামত ৱলে মাত্ৰ পশিয়া শৰণ
মামকেসে কীৰ্তন কৰিৰ সৰ্বক্ষণ।
অবিশ্ৰান্তে হৰিৰ নামক অমৰন্তে।
হৈবে মুকুত মম অপৰাধ হতে॥
নিয়ো ন'ৰ ইটো স্বৰূপ ৰচন।
নাম অপৰাধ হীন ভৈল যিটো অন।