পৃষ্ঠা:নাম-মালিতা.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদ্ম পুৰাণৰ বৰ্গ খত নিশ্চয়। মৰ মহিমা কহি আছে যেন নয়। ৫৩৫। আক এক চিত্তে তাৱে নিয়ে সাত পূচিলন্ত নাৰদে সনত কুমাৰত। নাৰদ বদতি শুনা মুনি সমস্তয়। তোসব গেৰিন্দৰ প্ৰিয় আতিশয় ৫০৬। ভগৱঙ্গে কহিছে অধৰ্ম যত যুক্ত। নিৰন্তৰে মনুষ্যৰ ধৰ্ম্ম কৰে হত। সিস অধৰ্ম্ম কেন মুতে নষ্ট হয়। কহিয়োক তোৰাসবে আমাত নিশ্চয়॥ ৫৩৭। সনত কুয়াৰে শুনি দিলন্ত উত্তৰ। শুনিয়ো নাৰদ তুমি প্ৰিয় গোবিল। গগাবিন্দৰ ধৰ্ম তুম জানাহা সাক্ষাত। তথাপিতো প্ৰশ্ন তুমি কৰিলা আহ্মাত। ৫৩, মিলোক মুকুতি বুলি সমস্তে লোৰ। কৰিলাহ প্ৰশ্ন সংসাৰতে শ্ৰেষ্ঠতৰ। গোৱিনৰ ধৰ্ম্ম সাবধানে নিয়োক। সম েআচাৰ হীন তৈল যিটো নোক ১৯। শঠ বুদ্ধি জগতকে ঝঞ্চে যিটো নৰে। সংস্কাৰ হীৰ পাতি ভৈল নিৰৰে। সদায় মুখচে অতি গল্প অহাৰ। ওৰ পায় সৈন্য পা দুৰাচৰ। ৫৪।