এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিষয়।
—:★:—
| “নামতী আইয়ে” কি কি জানে চাওক— | পৃষ্ঠাঙ্ক। | ||
| ১। নোৱাই তোলনি বিয়াৰ নাম | ... | ১ | |
| ২। জোৰণ পিন্ধোৱা নাম | ... | ৩ | |
| ৩। মূৰত তেল দিয়া নাম ৪। পানী তুলিবলৈ যোৱা নাম |
... | ৯ | |
| ৫। পানী তুলি উভতি আহোঁতে গোৱা নাম | ... | ৯ | |
| ৬। ছালত পানী দিয়া নাম | ... | ১১ | |
| ৭। মৰললৈ সোমোৱা নাম ৮। নোৱনি ঘৰলৈ যোৱা নাম |
... | ১২ | |
| ৯। নোৱনি ঘৰত গোৱা নাম | ... | ১৩ | |
| ১০। মূৰত চাউল দিয়া নাম | ... | ১৮ | |
| ১১। মৰলত বহি গোৱা নাম | ... | ২০ | |
| ১২। গাঠিয়ন খুন্দা নাম | ... | ৩৮ | |
| ১৩। দৈয়ন দিয়া নাম | ... | ৪০ | |
| ১৪। দৰা সজাওঁতে গোৱা নাম | ... | ৪১ | |
| ১৫। দৰা ওলাই আহোঁতে গোৱা নাম | ... | ৪৩ | |
| ১৬। দৰা আহোঁতে বাটত গোৱা নাম | ... | ৪৫ | |
| ১৭। কলৰ গুৰিত গোৱা নাম | ... | ৫০ | |
| ১৮। দৰা আদৰিবলৈ যোৱা নাম | ... | ৫১ | |
| ১৯। সুৱাগুৰি তুলিবলৈ যোৱা নাম | ... | ৫২ | |
| ২০। হোমৰ সভালৈ যোৱা নাম | ... | ৫৩ | |
| ২১। হোমৰ সভাত গোৱা নাম | ... | ৫৫ | |
| ২২। মুখ চান্দলি ভঙ্গা নাম | ... | ৬৫ | |
| ২৩। যোৰা নাম | ... | ৬৬ | |
| ২৪। দৰা ভিতৰলৈ যোৱা নাম | ... | ৬৯ | |
| ২৫। কটাৰি সলাওঁতে গোৱা নাম | ... | ৭০ | |
| ২৬। দৰা ও কন্যা ঘৰলৈ উভতি আহোঁতে গোৱা নাম | ৭১ | ||