পৃষ্ঠা:নামঘোষা.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
[ ৫২ ]


বিষ্ণুসে সমস্ত জগতে সাৰ ॥ ১॥ নমো নমাে নিত্য নিৰ- ঞ্জন, নাৰায়ণ শিৱ সনাতন, অনাদি অনন্ত ণি গুণ নিয়ন্তা। প্রম পুরুষ ভগৱ, নাহি পূর্বাপৰ আদি অন্ত, তুমিসে চৈতন্য সমস্ত ভৱ ভাব।। ২ ব্রহ্মা মহাদেৱ লক্ষ্মী দেবী, কায় বাক্য মনে স্থিৰ কৰি, ৰম আনন্দে চৰণ সেবন্ত যাৰ। সদ। জন্ম মৃত্যু জৰা হীন, শ্ৰীমন্ত সুন্দৰ গুণ নিধি, বিষ্ণুত বিনাই কোন দেৱ আছে আৰ৷ ৩৷ যাৰ পদা দকে দেবী গঙ্গা, যাৰ বাক্য যা আছে বেদ, পৰম গতিতে। তৰয় যাহৰ নামে। সৃষ্টি স্থিতি প্রণযৰ কিত, পৰম কাৰণ নাৰায়ণ, হেন ঈশ্বৰক ন ভজয কোন কামে। ৪। অপাৰ সংসাৰ সিন্ধু আৰ, বিফুসে পৰম পাৰ যত, পাৰ আছে তাত পৰম্পৰাত্মা রূপে। তেন্তে তুমি জানা ব্রহ্ম পাৰ, পৰ পাৰ ভূ ই যত পান, তাসম্বব পৰ ৰিফুস পাৰ স্বরূপে। ৫। সুবাসনা দুৰ্বাসনা দুই, বন্ধৰ মোক্ষৰ মূল হেতু, শুনা যেন মতে উপজয পুরুষত। সন্তৰ কৃপাত সুবাসনা, সুখে পুৰুষক পাৰ জা, হেলে দুৰ্বাসনা সন্তৰ মন কোপই ॥ ৬। মহন্তৰ বাক্য যি কৰে, তাক সুবা- সমা অনুসাৰে, সন্তৰ কৃপাত ভজ গােবিন্দৰ পাৱ । যিতা মহন্তক নিন্দা কৰে, তাক দুর্বাসনা বেঢ়ি ধ ৰ, কৃষ্ণক ভজিবে ন পৰয় মূঢ় ভাৱ ॥ ৭। কৃষ্ণ পদ মাত্র এৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যবহাৰ কদাচিতো ন লক্ষ্ময়। কৃষ্ণ পদ সেৱা সুখ মনে, কৰে অনুভৱ সৰ্বক্ষণে, ইহাঙ্কে মহন্ত বুলিযা জানা নিশ্চয় ॥ ৮। শুনিযয সজ্জন