পৃষ্ঠা:নামঘোষা.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ৪৯ ) বনমালী। দাস পাই নলবা কমন ঠাকুৰা: ১৩৬। নিজ দাস কৰি হৰি মােৰ কিনা কিনা। আন ধন নলগয় নাম ধন বিনা ৭১৩৭। জয জয় ৰাম কৃষ্ণ শৰণ তােমাৰ । কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ। ১৩৮ { দিযে। দৰশন পাৱ পশিলে। শৰণ। ভকত জনৰ ধন তুমি নাৰাষণ ॥১৩৯ যাদৰ যাদব যাদব দেৱ । তুমি বিনে সুহৃদ বন্ধৱ নাহি কেৱ ॥ ১৪০ কেমনে ভজিবো হৰিচৰণে তােমাৰ। দুৰ্ঘোৰ মায়ায়ে মন মুহিল আমাৰ। ১৪১। ৰাম বুলি তৰিবে দঢ়াই আচমন। তুমি হৰি দীনবন্ধু পতিত পাবন। ১৪২। পতিত পাবন ৰাম কৃষ্ণ কৃপাসিন্ধু । আমি পতিতক নচা- বিব। দীনবন্ধু। ১৪৩ ৷ হ হৰি মােৰে প্রাণ জীৱন মুৰাৰি। জানাথৰ নাথ ভকতৰ ভয়হাৰী। ১৪৪। প্রশংসা। ৰাম নামে ৰতি মিলিল যাহাৰ। সিতো ভাগ্যৱন্ত পাই সং সাৰৰ পৰি । ১৪৫ ॥ হৰিগুণ ভকতৰ কৰ্ণৰ ভূষণ। যিতো সদা সেলে নাম সিসি মহাজন। ১৪৬ নিত্যানন্দ ময় ৰাম ভকতৰ ধন। হৰি বিনে অ• ধন সবে অকাৰণ ॥ ১৪৭ ॥ আন ধৰ্ম্ম নাহি হৰি নামক উপাম ।হৰিৰ বল্লভ যিতা সদ। বােলে ৰাম । ১৪৮ | কৃষ্ণ নাম সদায়ে আনন্দে যি ধৰ। বংশ গম তৰ হৰিকো বশ কৰে।১৪৯' হৰি গু! গাৱে যতো কৰিষা নিশ্চয়। হৰিক সুহৃদ পাৰে মৃত্যু কোন হয় । ১৫০ যাৰা সবে হৰিগুণ গাৱয হৰিষে । তাপদূৰ হােৱে যেন অমৃত বৰিষে। ১৫১। ৰাম কষ্ণ হৰিনাম পৰম অমৃত। যিতাে মহাজনে লৰে