পৃষ্ঠা:নামঘোষা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩৯ ) পৰম নির্মল, ধৰ্ম্ম হৰি যশ, জগত পাৰন কৰিী । তাহলে আপুন, যশত সন্তোষ, ঈশ্বৰ প্ৰভু মুৰাৰি। ২৩৮ ॥ ঈশ্বৰৰু পুরুষ লক্ষণ। ঈশ্বৰ কৃষ্ণৰ, শুনিয়ে মহা : পুৰুষ লক্ষণ সাৰ। ব্রিগম্ভীৰ সপ্ত, ৰক্ত পঞ্চ দীর্ঘ, উন্নত চয় প্রকাৰ । ২৩৯ ॥ গমন গম্ভীৰ, বচন গম্ভীর, গম্ভীৰ নাতি কমল। এহি ত্রিগম্ভীৰ, স্মৰণে কৃষ্ণৰ, মিল মহ। মঙ্গল। ২৪ অরুণ নয়ন, অধৰ দশন, অরুণ কৰ চৰণ। নখ ৰেখা চয়, অরুণ কৃষ্ণ, স্মৰণে দুঃখ তৰণ ॥ ২৪১। সুদীর্ঘ নয়ন, গ্রীণা বহু পদ, ছৰৰ অঙ্গুলি চয। এহি পঞ্চ দীর্ঘ, স্মৰণ কৃষ্ণৰ, মিলে মহা মহােদয় । ২৪২ | কন্ধ উন্নত, ধ্রুব নাসা পদ, উন্নত নখ হৃদয়। এহি চয় স্থান, উন্নত কৃষ্ণৰ, সুৰণে মােক্ষ মিলয় ॥ ২৪৩। যুগ ধৰ্ম্ম নির্ণয় । মিনতি বচন, বেল সৰ্বজন, শুনিয়ে। শাস্ত্ৰৰ মৰ্ম্ম । আপুন কুশল, চাবা যেবে তেবে, নেড়ি বাহ যুগধর্ম ॥ ২৪৪। সত্য যুগে ধ্যান, ত্রেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা। কলিত হৰিৰ, কীৰ্ত্তন বিনাই, আৱৰ নাহিকে দুজা।} ২৪৫। কলিত হৰি, কীৰ্ত্তন বিনাই, অন্যত্র ধৰ্ম্ম আচৰে। মিছাত কেৱল, এম মাত্র পাৰে, একোৱে ফল নধৰে । ২৪৬। কলিত হৰিৰ, কীর্তন এড়িয়া, আন মতে চাহে, গতি। যেন কুলবধূ, নিজ স্বামী তেজি, ভজে গৈয়া উপপতি ।। ২৪৭। সংসাৰ তৰিতে, ইচ্ছা আছে যাৰ, কৰিয়ে হৰি কীৰ্ত্তন। পৰম নিৰ্ম্মল, গতি পাইয়া সুখে চিন্ডিয়া কৰ্ম্ম বন্ধন।২৪৮। সকল নিগম, কল্পতরু .